Author: GTM Desk

BREAKING: বৰঝাৰ বিমান বন্দৰত আকাশত বিমানৰ জৰুৰীকালীন অৱতৰণ ।

BREAKING: বৰঝাৰ বিমান বন্দৰত আকাশত বিমানৰ জৰুৰীকালীন অৱতৰণ ।

বিমানখনত আছিল আই.পি.এল (KKR) ক্ৰিকেটাৰৰ দল। লক্ষ্ণৌ বিমান বন্দৰৰ পৰা কলিকতা বিমান বন্দৰত অৱতৰণ কৰিব লগা আছিল KKR IPL ৰ ক্ৰিকেট দলটো কঢ়িয়াই অনা বিমানখন। প্রতিকূল বতৰৰ বাবে কলিকতা বিমান বন্দৰত অৱতৰণকৰিব নোৱাৰি বৰঝাৰ বিমান বন্দৰত জৰুৰীকালীন অৱতৰণ কৰে বিশেষ বিমানখনে । IPL ৰ KKR ক্ৰিকেটৰ দলটি কঢ়িয়াই অনা বিমানখন

Frontier Highway to bring sea change in Arunachal Pradesh

Frontier Highway to bring sea change in Arunachal Pradesh

ABHIJIT KALITAGUWAHATI,May 6: On a road leading to the Indo-China frontier in Arunachal Pradesh, commuters are greeted with memorials erected at several places. They belong to those killed in accidents happened on the road in a little over two decades. Many of the thrilling memorials overlooking the deep valleys are

বিয়াৰ প্ৰস্তাৱ নাকচ কৰাই ‘অপৰাধ’! কুকাণ্ডৰ পিছত কিশোৰীৰ মুখত গৰম লোহাৰে নিজৰ নাম লিখিলে যুৱকে!

বিয়াৰ প্ৰস্তাৱ নাকচ কৰাই ‘অপৰাধ’! কুকাণ্ডৰ পিছত কিশোৰীৰ মুখত গৰম লোহাৰে নিজৰ নাম লিখিলে যুৱকে!

বিয়াৰ প্ৰস্তাৱত সন্মত নোহোৱা বাবে কিশোৰীক কুকাণ্ড সংঘটিত কৰাৰ অভিযোগ যুৱকৰ বিৰুদ্ধে। যুৱকজনৰ পৰিয়ালৰ সদস্যৰ সহায়তে এই ঘৃণনীয় কাম সংঘটিত হোৱাৰ অভিযোগ কিশোৰীৰ। আনকি, কিশোৰীগৰাকীয়ে আৰক্ষীক জনাইছে, যুৱকজনে গৰম লোহাৰে তেওঁৰ মুখত নিজৰ নামো লিখি দিয়ে। ১৭ বছৰীয়া কিশোৰীগৰাকীক অপহৰণ কৰি তিনিদিন ধৰি নিজৰ ঘৰত আবদ্ধ কৰি ৰাখে যুৱকজনে। তাতেই

আপোনাৰো চুলি সৰে নেকি?

আপোনাৰো চুলি সৰে নেকি?

আপোনাৰো চুলি সৰে নেকি? যদি সৰে আপোনাৰ বাবে এনে এক প্রাকৃতিক উপায় আছে যি উপায়ে আপোনালোকক পৰিত্রাণ দিব৷ সকলোৱে ধুনীয়া চুলি বিচাৰে, কিন্তু পৰিৱর্তনশীল জীৱনশৈলী আৰু দুর্বল আহাৰৰ বাবে বেছিভাগ লোকৰে মূৰৰ চুলি সৰিবলৈ আৰম্ভ কৰে৷ আজিকালি দেখা যায় যে পুৰুষৰ মূৰৰ চুলিও কম বয়সতে সৰিবলৈ আৰম্ভ কৰে৷ সকলোৱে জানে

আজি পানীৰ দৰে খৰচ হ’ব ধন, ষড়যন্ত্ৰৰ বলি হ’ব পাৰে এই ৰাশিৰ লোকসকল, চাওক ৬ মে’ৰ ৰাশিফল

আজি পানীৰ দৰে খৰচ হ’ব ধন, ষড়যন্ত্ৰৰ বলি হ’ব পাৰে এই ৰাশিৰ লোকসকল, চাওক ৬ মে’ৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে সামাজিক কামত ভাগ লোৱাৰ দিন হ’ব। যাৰ বাবে নতুন বন্ধু বনাব পাৰিব। পৰিয়ালত আপুনি কোনো কঠোৰ সিদ্ধান্ত ল’ব লাগিব পাৰে, যাৰ বাবে পৰিয়ালৰ কোনো সদস্য আপোনাৰ শত্ৰু হৈ পৰিব পাৰে। যদি সন্তানে কোনো নতুন ব্যৱসায় আৰম্ভ কৰাটো বিচাৰে, তেন্তে সেয়া কৰিব পাৰে, তাৰ