Author: GTM Desk

ৰাজ্যত বতৰে ল’ব ভয়ংকৰ ৰূপ! ১৯খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে

ৰাজ্যত বতৰে ল’ব ভয়ংকৰ ৰূপ! ১৯খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে

শনিবাৰে গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্নপ্ৰান্তত আহিছিল ভয়ংকৰ ধুমুহা। ভিন্নপ্ৰান্তত আহিছিল বৰষুণৰ লগতে ধূলিৰ ধুমুহা। পুনৰ ৰাজ্যৰ কেইবাখনো জিলা Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। দক্ষিণ শালমৰা, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, কোকৰাঝাৰ, চিৰাং, বাক্সা, নলবাৰী জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। কামৰূপ, কামৰূপ(মহানগৰ), দৰং, ওদালগুৰি, শোণিতপুৰ, নগাঁও, মৰিগাঁও,

চতিয়াত পথ দুৰ্ঘটনা : ট্ৰাক চালকৰ মৃতদেহ উদ্ধাৰ…

চতিয়াত পথ দুৰ্ঘটনা : ট্ৰাক চালকৰ মৃতদেহ উদ্ধাৰ…

চতিয়া আৰক্ষীয়ে চলোৱা অভিযানৰ অন্তত উদ্ধাৰ হ’ল দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকত সোমাই থকা চালকৰ মৃতদেহ। আৰক্ষীয়ে দুখন ক্ৰেঙৰ সহায়ত ক্ষত-বিক্ষত অৱস্থাত চালকজনৰ মৃতদেহ উদ্ধাৰ কৰে। নিহত চালকজন ৰৌতাৰ নাছিৰ আলি বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। উল্লেখ্য যে শনিবাৰে চতিয়াৰ ঘিলাধাৰী দলঙৰ কাষতে থকা ডিভাৰ্ছন ব’ৰ্ড ভাঙি তলত পৰিছিল ট্ৰাকখন। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ

কনিষ্ঠ ভাতৃৰ চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ’ল জ্যেষ্ঠ ভাতৃৰ…

কনিষ্ঠ ভাতৃৰ চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ’ল জ্যেষ্ঠ ভাতৃৰ…

যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নিত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। ঘটনা অনুসৰি কনিষ্ঠ ভাতৃৰ দাৰ ঘাপত জ্যেষ্ঠ ভাতৃয়ে অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হয়। উল্লেখযোগ্য যে মৰিয়নিৰ কঠালগুৰি চাহ বাগিচাৰ অফিচ লাইনত সংঘটিত হৈছে এই ঘটনা। উক্ত ঘটনাত নিহত হোৱা লোকজনৰ নাম ৰাতনু মুণ্ডা বুলি জানিব পৰা গৈছে। বাসগৃহৰ সন্মুখতে কনিষ্ঠ

জলেশ্বৰ বিধান সভা সমষ্টিৰ গৌৰ নগৰত বিৰোধী ঐক্যমণ্চৰ জনসভাত অংশ  ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ

জলেশ্বৰ বিধান সভা সমষ্টিৰ গৌৰ নগৰত বিৰোধী ঐক্যমণ্চৰ জনসভাত অংশ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ

বৰপেটা জিলাৰ অন্তৰ্ভূক্ত ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত জলেশ্বৰ বিধান সভা সমষ্টিৰ গৌৰ নগৰত আজি বিৰোধী ঐক্যমণ্চৰ নিৰ্বাচনী প্ৰচাৰৰ এখন জনসভাত অংশ লয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন হৈ নিৰ্বাচনী প্ৰচাৰ সভাখনত গগৈয়ে এআইইউডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল আৰু বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে। শিৱসাগৰৰ বিধায়কজনে আজমল