Author: GTM Desk

বাংলাদেশলৈ সৰবৰাহৰ সময়তে কাছাৰ -কৰিমগঞ্জত ৯ টা গৰু-ম’হ জব্দ BSFৰ

বাংলাদেশলৈ সৰবৰাহৰ সময়তে কাছাৰ -কৰিমগঞ্জত ৯ টা গৰু-ম’হ জব্দ BSFৰ

 চোৰাং ভাবে বাংলাদেশলৈ সৰবৰাহৰ সময়ত কৰিমগঞ্জ আৰু কাছাৰত ৯ টা গৰু-ম’হ জব্দ কৰিছে বিএছএফে। দুটা পৃথক অভিযানত এই ৯ টা পশু ধন জব্দ কৰাৰ লগতে চাৰিজন চোৰাং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে। শুকুৰবাৰে নিশা কৰিমগঞ্জ জিলাৰ সুতাৰকান্দি বাংলাদেশ সীমান্তৰ কুৰিখালত অভিযান চলাই বিএছএফ আৰু আৰক্ষীয়ে ৫ টা চোৰাং গৰু জব্দ

সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীসহ ২০ গৰাকীলৈ ”অসম গ্ৰাম্য শিৰোৰত্ন বঁটা”

সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীসহ ২০ গৰাকীলৈ ”অসম গ্ৰাম্য শিৰোৰত্ন বঁটা”

নিউজ ব্যুৰ’,নগাঁও,৪মে’:–সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীসহ ২০গৰাকীলৈ “অসম গ্ৰাম্য শিৰোৰত্ন বঁটা”। পশ্চিম কাৰ্বি আংলঙত ২০০৮ চনত গঠন হোৱা “অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চ”ই ৰাজ্যখনৰ অন্তৰ্গত চহৰ,নগৰ আৰু অতিকে পিছপৰা গ্ৰাম্যাঞ্চলৰ ধৰ্ম,শিক্ষা,ক্ৰীড়া,সাহিত্য-সংস্কৃতি, স্থাপত্য,ভাস্কৰ্য তথা সুকুমাৰ কলা, সমাজ সংগঠন,সমাজ সেৱক, সাংবাদিকতা আদিৰ দিশত পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক তেখেতসকলৰ কৰ্মৰ স্বীকৃতি স্বৰূপে তথা

নগাঁৱৰ বটদ্ৰৱা,কলিয়াবৰ আৰু চামগুৰিত পৃথক পথ দুৰ্ঘটনাত নিহত তিনিজন

নগাঁৱৰ বটদ্ৰৱা,কলিয়াবৰ আৰু চামগুৰিত পৃথক পথ দুৰ্ঘটনাত নিহত তিনিজন

নিউজ ব্যুৰ’,নগাঁও,৪মে’:–নগাঁও জিলাৰ বটদ্ৰবা,কলিয়াবৰ আৰু চামগুৰিৰ সমীপৰ তিনি স্থানত সংঘটিত পৃথক পথ দুৰ্ঘটনাত এগৰাকী কণমানি ছাত্ৰীকে ধৰি তিনিজন নিহত হয় । ইয়াকে লৈ জিলাখন শনিবাৰ দিনটো “ব্লেক ছেটাৰদে”ৰূপে পৰিণত হয় । বটদ্ৰৱাৰ শান্তিজান বজাৰৰ সন্মুখত শনিবাৰে দুপৰীয়া এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক। নিহত লোকজনক বটদ্ৰৱাৰ ভোমোৰাগুৰি গাঁৱৰ

চিৰাঙৰ মোজাবাৰীত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা

চিৰাঙৰ মোজাবাৰীত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা

চিৰাঙৰ মোজাবাৰীত নিশা বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা। সভাত অংশগ্ৰহন বিপিএফৰ কোকৰাঝাৰ লোকসভাৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীৰ। প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই বৰ্তমান তুৰ্কীলৈ পলায়ন কৰিছে বুলি মন্তব্য খাম্পা বৰগয়াৰী। ইউপিপিএল দলৰ মুখ ফুটা বাবেই বিপিএফক ফুটা বেলুন বুলি কয়। বিপিএফ দলে ১০০ শতাংশ জয়ী হ’ব আমি ডাঙৰ ডাঙৰ সভা কৰা নাই পকেট

কংগ্ৰেছ আহিলে সাৰদা কেলেংকাৰীৰ ফাইল পুনৰ খোল খাবঃ হাফিজ ৰছিদ আহমেদ

কংগ্ৰেছ আহিলে সাৰদা কেলেংকাৰীৰ ফাইল পুনৰ খোল খাবঃ হাফিজ ৰছিদ আহমেদ

গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত জালুকবাৰীৰ চিলাত কংগ্ৰেছৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছৰ নেতৃত্বই। সভাত উপস্থিত থাকে কংগ্ৰেছ নেতা হাফিজ ৰছিদ আহমেদ চৌধুৰী। তেওঁ কয় যে, কংগ্ৰেছ চৰকাৰ আহিলে লুইচ বাৰ্জাৰ,সাৰদা কেলেংকাৰীৰ ফাইল পুনৰ খোল খাব। হিমন্ত বিশ্ব শৰ্মা তুমি বেছি দম্ভালি