Author: GTM Desk

মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত

মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত

লোকসভা নিৰ্বাচনৰ বাবে আৰক্ষী- অৰ্ধ সামৰিক বাহিনীয়ে গিজগিজাই থকা মহানগৰীত শনিবাৰে দিন-দুপৰতে সংঘটিত হয় সোণৰ চেইন চুৰিৰ ঘটনা ৷ শনিবাৰে পুৱা খ্রীষ্টানবস্তিৰ অমৰাৱতী পথত এগৰাকী বৃদ্ধাৰ ডিঙিৰ পৰা চিলনী চোৰে থপিয়াই নিয়ে সোণৰ । ঘটনা অনুসৰি মটৰ চাইকেলত অহা দুই দুৰ্বৃত্তই বৃদ্ধা মহিলাগৰাকীৰ ডিঙিৰ পৰা চেইনডাল কাঢ়ি নিয়ে। উল্লেখ যে,

কংগ্ৰেছত যোগদান সন্দৰ্ভত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ সংবাদমেল

কংগ্ৰেছত যোগদান সন্দৰ্ভত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ সংবাদমেল

ৰাজ্যৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন কুজকাৱাজ তীব্ৰতৰ হোৱাৰ মাজতে শুক্ৰবাৰে এআইইউডিএফৰ বিধায়ক তথা সাংগঠনিক সম্পাদক আমিনুল ইছলাম সহ কে’বাজনো বিধায়কে কংগ্ৰেছত যোগদান কৰিব বুলি কেতবোৰ অভিযোগ উদ্থাপন কৰিছিল দলটোৰ আইনী উপদেষ্টা এ কে তালুকদাৰে ৷ একেদৰে তেওঁ কৈছিল , এআইইউডিএফে ‘ডি’ ভোটাৰক লৈ ভীতিগ্ৰস্থ হৈ থকা সংখ্যালঘু জনসাধাৰণৰ বাবে

নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰা দুই চৰকাৰী কৰ্মচাৰীক নিলম্বন…

নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰা দুই চৰকাৰী কৰ্মচাৰীক নিলম্বন…

চিৰাঙত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগত একেদিনাই দুজনকৈ চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন। অসমত অন্তিম তথা দেশত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ দুটাদিন বাকি থকাৰ সময়তে নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগত আজিৰ দিনটোত চিৰাং জিলাত দুগৰাকীকৈ চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰা হয় । ইয়াৰে এজন প্ৰাথমিক বিদ্যালয়ৰ

মুখ্যমন্ত্ৰীয়ে এদিন মোক জে’লত দিছিল, এদিন তেওঁক ময়ো দিমঃ অখিল গগৈ

মুখ্যমন্ত্ৰীয়ে এদিন মোক জে’লত দিছিল, এদিন তেওঁক ময়ো দিমঃ অখিল গগৈ

ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ আজি অখিল গগৈয়ে গোৱালপাৰাৰ জলেশ্বৰ সমষ্টিৰ লগতে মানকাচৰৰ হাজিৰহাট আৰু ঠাকুৰাণবাৰীত নিৰ্বাচনী প্ৰচাৰ চলায়। দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছৰ উদ্যোগত আজি বিয়লি প্ৰায় ৫ বজাত মানকাচৰ বিধানসভা সমষ্টিৰ হাজিৰহাটত অখিল গগৈ উপস্থিত হৈ সংখ্যালঘু লোকৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাই ২০২৬ চনত দিছপুৰৰ পৰা বিজেপি ছাফা

শণিবাৰে ঘোষণা নহয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল

শণিবাৰে ঘোষণা নহয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল

১০ মে’ৰ ভিতৰত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ ইতিমধ্যে ফলাফল ঘোষণা সন্দৰ্ভত শিক্ষা সংসদে ক্ষীপতাৰে আৰম্ভ কৰিছে প্ৰক্ৰিয়া ৷ আনহাতে ফলাফল সন্দৰ্ভত একাংশ প্ৰচাৰ মাধ্যমত ওলোৱা জাননী সম্পূৰ্ণ ভুৱা ৷ এই কথা সদৰি কৰিলে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাৰ । উল্লেখ্য যে,শিক্ষা সংসদৰ