Author: GTM Desk

দক্ষিণ কামৰূপৰ ৰঙামাটিত বনৰীয়া হাতীৰ উপদ্ৰব

দক্ষিণ কামৰূপৰ ৰঙামাটিত বনৰীয়া হাতীৰ উপদ্ৰব

ভাঙিছে মানুহৰ দেৱাল, বেৰা, ধ্বংস কৰিছে খেতি – বাতি; বন বিভাগৰ নিৰ্বিকাৰ ভূমিকা পলাশবাৰী , ২৮ এপ্ৰিল : দক্ষিণ কামৰূপৰ ব্যৱসায়িক কেন্দ্ৰস্থল স্বৰূপ বিজয়নগৰৰ কাষৰীয়া জনবহুল বৃহত্তৰ ৰঙামাটিৰ বিভিন্ন অঞ্চলৰ কেবাখনো গাওঁত বিগত কেইবামাহ ধৰি এটা বনৰীয়া হাতীৰ জাকৰ মুক্ত বিচৰণে অঞ্চলটোৰ লোক সকলক শংকিত কৰি তুলিছে। বিশেষকৈ সন্ধিয়া আন্ধাৰ

নগাঁৱৰ বঢ়মপুৰত “বিশ্ব পশু চিকিৎসা দিৱস- ২০২৪” উদযাপন,বৰ্ষ শ্ৰেষ্ঠ পশু চিকিৎসক বঁটা প্ৰদান

নগাঁৱৰ বঢ়মপুৰত “বিশ্ব পশু চিকিৎসা দিৱস- ২০২৪” উদযাপন,বৰ্ষ শ্ৰেষ্ঠ পশু চিকিৎসক বঁটা প্ৰদান

নিউজ ব্যুৰ’,নগাঁও,২৮এপ্ৰিল:–অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ উদ্যোগত আৰু নগাঁও জিলা শাখাৰ সহযোগত পশু চিকিৎসা দিৱসটি কেন্দ্ৰীয়ভাৱে দিনযোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয় । এই উপলক্ষে বঢ়মপুৰস্থিত চৰকাৰী পশুধন পামত পুৱা জিলা পশুপালন বিষয়া ডাঃ শান্তনু কুমাৰ খাউণ্ডে বৃক্ষৰোপণ কাৰ্য্যসূচীৰে শুভাৰম্ভ কৰা অনুষ্ঠানত পশুধন পামখনৰ প্ৰাংগণত এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত

নগাঁৱৰ জখলাবন্ধাত দুৰ্বৃত্তৰ নৈশ বাছলৈ শিলগুটি নিক্ষেপ

নগাঁৱৰ জখলাবন্ধাত দুৰ্বৃত্তৰ নৈশ বাছলৈ শিলগুটি নিক্ষেপ

নিউজ ব্যুৰ’,নগাঁও,২৮এপ্ৰিল:–নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধাত শনিবাৰে নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । নিশা দুৰ্বৃত্তই এখন চলিত নৈশ বাছলৈ শিলগুটি নিক্ষেপ কৰাৰ ফলত ভংয়কৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে নৈশ বাছখন। দুৰ্বৃত্তৰ এই ঘটনাৰ বাবে আতংকিত হৈ পৰে নৈশ বাছখনৰ যাত্ৰীসকল। প্ৰাপ্ত বাতৰি মতে শনিবাৰে নিশা প্ৰায় ডেৰ বজাত এ এছ

কলেজীয়া ছাত্ৰীৰ ফটো অশ্লীল কৰি ভাইৰেল কৰা বিল্লাল অৱশেষত জালত পৰিল, দৰঙৰ পৰা গ্ৰেপ্তাৰ বিল্লাল হুছেইনক

কলেজীয়া ছাত্ৰীৰ ফটো অশ্লীল কৰি ভাইৰেল কৰা বিল্লাল অৱশেষত জালত পৰিল, দৰঙৰ পৰা গ্ৰেপ্তাৰ বিল্লাল হুছেইনক

বেলতলা মহাবিদ্যালয়ৰ ফটো ভাইৰেল কাণ্ডৰ মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ আৰক্ষীৰ। দৰঙৰ ধূলাৰ পৰা গ্ৰেপ্তাৰ বিল্লাল হুছেইন নামৰ মাষ্টাৰ মাইণ্ডটো। ক্ৰাইম ব্ৰাঞ্চৰ চাইবাৰ চেলে গ্ৰেপ্তাৰ কৰে বিল্লাল হুছেইনক। প্ৰায় ৬ মাহ ধৰি পলাই আছিল বিল্লাল হুছেইন। উল্লেখ্য যে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত বেলতলা মহাবিদ্যালয়ৰ একাংশ ছাত্ৰীৰ অশ্লীল ফটো ভইৰেল হৈছিল। একেলগে প্ৰায়