Author: GTM Desk

পহিলা ফেব্ৰুৱাৰীৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব 50 শতাংশ PSO : ঘোষণা মুখ্যমন্ত্ৰীৰ

পহিলা ফেব্ৰুৱাৰীৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব 50 শতাংশ PSO : ঘোষণা মুখ্যমন্ত্ৰীৰ

দুলীয়াজানত অনুষ্ঠিত হোৱা দ্বিতীয় আৰক্ষী অধীক্ষকৰ সন্মিলন সামৰণি পৰিল। দুয়োটা দিনতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজে উপস্থিত থাকি আৰক্ষী অধীক্ষক সকলৰ পৰা প্ৰতিখন জিলাৰ পৰিস্থিতি বুজ লয়। সন্মিলনৰ সামৰণিত সাংবাদিক সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । অসম আৰক্ষীক সম্পূৰ্ণ ন-ৰূপ দিয়াৰ বাবে অসম আৰক্ষীৰ আধুনিকীকৰণ, আন্তঃগাঁথনিগত সা-সুবিধা, নিৰাপত্তাজনিত

মৰিগাঁৱৰ কপিলী শিক্ষাখণ্ডত বিশ্ব ব্ৰেইল দিৱস উদযাপন

মৰিগাঁৱৰ কপিলী শিক্ষাখণ্ডত বিশ্ব ব্ৰেইল দিৱস উদযাপন

নেত্ৰহীনসকলৰ মানৱ অধিকাৰৰ পূৰ্ণতা তথা যোগাযোগৰ মাধ্যম হিচাপে ব্ৰেইলৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁৱৰ কপিলী শিক্ষাখণ্ডৰ উদ্যোগতো আজি বিশ্ব ব্ৰেইল দিৱসটি পালন কৰা হয়।তদুপলক্ষে সমগ্ৰ শিক্ষা অভিযানৰ কপিলী খণ্ড মিছন কাৰ্যালয়ৰ অধীনত পূব জালুগুটি প্ৰাথমিক বিদ্যালয়ত দিনজোৰাকৈ অনুষ্ঠিত কৰা হয় উক্ত দিৱসটি। কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা