Author: GTM Desk

ৰাজ্যত বিভিন্ন বিভাগত খালী হৈ আছে ৮৯,৭৯৬টা পদ

ৰাজ্যত বিভিন্ন বিভাগত খালী হৈ আছে ৮৯,৭৯৬টা পদ

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত বর্তমানলৈকে ৮৯,৭৯৬টা পদ খালী হৈ আছে৷ সোমবাৰে সদনত বিধায়ক চিৰাজুদ্দিন আজমলৰ এক লিখিত প্রশ্ণৰ (নং ৪৮) উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সেই তথ্য  সদৰী কৰে৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি বর্তমানলৈকে বিভিন্ন বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি বিভাগ অনুযায়ী থকা খালী পদৰ সংখ্যা

অভয়াপুৰীৰ সিদলসতীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে কেবাটাও দল-সংগঠনে

অভয়াপুৰীৰ সিদলসতীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে কেবাটাও দল-সংগঠনে

আব্দুল লতিফৰ প্ৰতিবেদন: বঙাইগাঁও জিলাৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া চাৰিলেনযুক্ত পথলৈ উন্নীত হৈছে । নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে ৰাখালডুবিৰ পৰা যোগীঘোপালৈ পথচোৱাত বহু পৰিয়ালৰ ম্যাদী পট্টাৰ মাটি, ঘৰ, মূল্যবান গছ-গছনি আদিৰ ক্ষতিপূৰণ নোপোৱাৰ বাবে ৰাজপথলৈ ওলাই আহিছে ৰাইজ তথা স্থানীয় দল সংগঠন ৷ ৰাইজৰ অভিযোগ ৭০% কাম