Author: GTM Desk

চাণক্য নীতিঃ এই ৩টা কাৰ্যই মানুহৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস কৰে, আঁতৰি থাকক

চাণক্য নীতিঃ এই ৩টা কাৰ্যই মানুহৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস কৰে, আঁতৰি থাকক

চাণক্য নীতিঃ এই ৩টা কাৰ্যই মানুহৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস কৰে, আঁতৰি থাকক আচাৰ্য চাণক্য আছিল প্ৰাচীন ভাৰতৰ এজন বিখ্যাত শিক্ষাবিদ, অৰ্থনীতিবিদ, কূটনীতিবিদ আৰু ৰাজনীতিবিদ। চাণক্য নীতিৰ বাবে বিখ্যাত আছিল। চাণক্যই নৈতিকতা আৰু আদৰ্শ সম্পৰ্কে কেইবাটাও উপদেশ আৰু পৰামৰ্শ আগবঢ়াইছে। বাস্তৱবাদী চাণক্যই দিয়া পৰামৰ্শ আজিৰ সময়তো মানৱ জীৱনত ইমান বছৰৰ পাছতো

গুৱাহাটী বিমান বন্দৰৰ সমীপৰ বুল্লাত ভয়ংকৰ দুৰ্ঘটনা

গুৱাহাটী বিমান বন্দৰৰ সমীপৰ বুল্লাত ভয়ংকৰ দুৰ্ঘটনা

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সমীপৰ বুল্লাত বায়ুসেনা বাহিনীৰ গাড়ী আৰু স্কুল বাছৰ মুখামুখি সংঘর্ষত থিতাতে নিহত হয় এজন। ইফালে আহত ৮ জনৰো অধিক ছাত্র-ছাত্রী । জানিব পৰা মতে, শিক্ষার্থী কঢ়িওৱা বাহনখনৰ চালক থিতাতে নিহত হয় ।বাহনখনত খুন্দিয়াই পলায়ন কৰে বায়ুসেনাৰ বাহনৰ চালকে। দুর্ঘটনা সংঘটিত কৰা বায়ুসেনাৰ বাহনখনৰ নম্বৰ

কেনে যাব আজি আপোনাৰ দিনটো? পুৱাই জানি লওক ১৯ এপ্ৰিলৰ ৰাশিফল

কেনে যাব আজি আপোনাৰ দিনটো? পুৱাই জানি লওক ১৯ এপ্ৰিলৰ ৰাশিফল

জ্যোতিষ এনেকুৱা এটা বিজ্ঞান, যিয়ে মহাকাশৰ সূৰ্য, চন্দ্ৰ, মংগল, বুধ আদি গ্ৰহৰ ভিত্তিত ভৱিষ্যতৰ বিষয়ে জানিবলৈ চেষ্টা কৰে। ভৱিষ্যতৰ গোপনীয়তা জানিবলৈ আৰু বুজিবলৈ জ্যোতিষশাস্ত্ৰৰ ব্যৱহাৰ কৰা হয়। জ্যোতিষশাস্ত্ৰৰ যোগেদি বেদত দিয়া স্পষ্ট হিচাপৰ ভিত্তিত ভৱিষ্যতৰ ঘটনাৰ আগজাননী দিয়া হয়। জ্যোতিষশাস্ত্ৰত ১২টা ৰাশিৰ আধাৰত ভৱিষ্যতৰ ঘটনা আৰু ৰাশিৰ ওপৰত গ্ৰহৰ গতিবিধিৰ

শুক্ৰৰ নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ জাতক-জাতিকাৰ হাতলৈ আহিব ধন, ক্ৰয় কৰিব পাৰিব সম্পত্তি!

শুক্ৰৰ নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ জাতক-জাতিকাৰ হাতলৈ আহিব ধন, ক্ৰয় কৰিব পাৰিব সম্পত্তি!

বৈদিক শাস্ত্ৰ অনুসৰি শুক্ৰ হৈছে ধন, বিলাসীতা আৰু মহিমাৰ দেৱতা। শুক্ৰৰ নক্ষত্ৰত পৰিৱৰ্তনৰ ফলত ই জাতক-জাতিকাৰ জীৱনত বহু উন্নতি আনিবলৈ গৈ আছে। গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ফলত জাতক-জাতিকাৰ জীৱনৰ ওপৰত প্ৰভাৱ পৰে। শুক্ৰৰ নক্ষত্ৰ পৰিৱৰ্তনৰ ফলত মাত্ৰ ১২ ৰাশিৰ ওপৰতে ইয়াৰ প্ৰভাৱ পৰিব। বৈদিক শাস্ত্ৰ অনুসৰি শুক্ৰই ২০২৪ চনৰ ২৫ এপ্ৰিল

মৰি গ’লেও কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ শাসনলৈ নাহে: পীযুষ হাজৰিকা

মৰি গ’লেও কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ শাসনলৈ নাহে: পীযুষ হাজৰিকা

কংগ্ৰেছে নিৰ্বাচনৰ সময়ত বিশেষকৈ সংখ্যালঘু মানুহক ভয় খুৱায়। তেওঁলোকে ভয় খুৱায় যে বিজেপি শাসনলৈ আহিলে মছজিদ ভাঙি দিব। এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। ৯নং নগাঁও লোকসভা সমষ্টিৰ বিজয় সংকল্প সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কংগ্ৰেছে নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰকাৰে সংখ্যালঘু মানুহক ভয় খুৱায়। আগতে কৈছিল বিজেপি শাসনলৈ আহিলে