Author: Shahnawaz Hamza

AJYCP ৰ উদ্যোগত NHPC ৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদ

AJYCP ৰ উদ্যোগত NHPC ৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদ

মঙলবাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে । মঙলবাৰে ৰূপায়ন কৰা এই কাৰ্যসূচীত লখিমপুৰ-ধেমাজি জিলাৰ মধ্যস্থল গোগামুখৰ গেৰুকামুখ পথত