কাৰাগাৰৰ বন্ধ কুঠৰীতে থাকিব লাগিব অৰবিন্দ কেজৰিৱাল, কেজৰিৱালৰ আৱেদন প্ৰত্যাখান দিল্লী উচ্চ ন্যায়ালয়ৰ
– প্ৰত্যাখান কৰিলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আৱেদন। অৰবিন্দ কেজৰিৱালক EDএ কৰা গ্ৰেপ্তাৰক বৈধ আখ্যা দিল্লী উচ্চ ন্যায়ালয়ৰ। গোচৰটো কেন্দ্ৰীয় চৰকাৰ আৰু অৰবিন্দ কেজৰিৱালৰ মাজৰ নহয় বুলি প্ৰকাশ ন্যায়ালয়ৰ। এই গোচৰ ED আৰু অৰবিন্দ কেজৰিৱালৰ বুলিহে ৰায় দিয়ে উচ্চ ন্যায়ালয়ে। মুখ্যমন্ত্ৰীৰ বাবে আইনত বিশেষ সুবিধা নাই বুলিও প্ৰকাশ। এই ৰায়ৰ পিছত