আজি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। অসমৰ ১০হাজাৰ ১টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। নিৰ্বাচন আয়োগে স্থাপন কৰিছে ৯২টা আদৰ্শ ভোটকেন্দ্ৰ। বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত হ’ব ১১টা ভোটকেন্দ্ৰ। মহিলাৰ
Author: Shahnawaz Hamza
ৰঙালী বিহুৰ বতৰতে অসমীয়াৰ স্বাভিমান গামোচাক অপমান পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। আদৰণি জনোৱাৰ সময়ত যঁচা গামোচাও গ্ৰহণ নকৰিলে মমতা বেনাৰ্জীয়ে। আজি শিলচৰত দেখা গ’ল এই দৃশ্য। পশ্চিম বংগৰ এই
পলাতক ASI সন্তোষ চৌধুৰীৰ ঘৰত CM ভিজিলেন্সৰ অভিযান। আৰক্ষী বিষয়াগৰাকীৰ উত্তৰ গুৱাহাটীত থকা বাসগৃহত অভিযান চলি আছে। CM ভিজিলেন্সত 04/24 নম্বৰৰ গোচৰ ৰুজু কৰা হৈছিল আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে। ৫টা বেংক
সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক কেৰিয়াৰ সমাপ্ত? কোকৰাঝাৰত নিৰ্বাচন খেলিব নোৱাৰিব শৰণীয়াই। নৱ কুমাৰ শৰণীয়া অনুসূচিত জনজাতিৰ নহয় বুলি ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। বৃহস্পতিবাৰে এই ৰায়দান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। কোকৰাঝাৰ
UPSCৰ পৰীক্ষাত জিলিকিল অসমৰ ৭ সন্তান। অভিজ্ঞান হাজৰিকা, ঈশ্বৰী ডেকা, ভাস্বত শইকীয়া, কল্লোল হাজৰিকা, ৰিতুৰাজ শৰ্মা আৰু ৰিকি লহকৰ প্ৰধানে জিলিকালে অসমৰ নাম। অভিজ্ঞান শইকীয়াই ১৭২ সংখ্যক স্থান লাভ কৰাৰ