Author: GTM Desk

অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ, আছিল আৰু সদায় থাকিবঃ প্ৰধানমন্ত্ৰী মোদীৰ চীনক কঠোৰ সকীয়নি

অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ, আছিল আৰু সদায় থাকিবঃ প্ৰধানমন্ত্ৰী মোদীৰ চীনক কঠোৰ সকীয়নি

লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বেই চীনক উচিত প্ৰত্যুত্তৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে অৰুণাচল প্ৰদেশৰ ওপৰত চীনৰ ভূখণ্ডৰ দাবী নাকচ কৰি পুনৰ স্পষ্ট কৰি দিয়ে যে অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু সদায় থাকিব। লগতে তেওঁ কয় যে কেন্দ্রৰ সময়োপযোগী হস্তক্ষেপ আৰু মণিপুৰ চৰকাৰৰ প্রচেষ্টাত ৰাজ্যৰ পৰিস্থিতি যথেষ্ট

IIIT Guwahati celebrates annual Rongali Bihu festival BOHAGI 2024

IIIT Guwahati celebrates annual Rongali Bihu festival BOHAGI 2024

8th April, 2024 Guwahati: The Indian Institute of Information Technology Guwahati (IIITG) celebrated the fourth edition of BOHAGI, its annual Rongali Bihu festival on 7th April 2024 at the IIITG campus near Tech City, Bongora. The main objective of the event was to promote the cultural festival of Assam among the students, faculties, staff, and their family members

IPLত অষ্টমটো শতক অৰ্জনেৰে বিৰাট কোহলিৰ ‘বিৰাট’ অভিলেখ!

IPLত অষ্টমটো শতক অৰ্জনেৰে বিৰাট কোহলিৰ ‘বিৰাট’ অভিলেখ!

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (Royal Challengers Bangalore)ৰ তাৰকা বেটছমেন বিৰাট কোহলিয়ে IPLত অষ্টমটো শতক অৰ্জন কৰি গঢ়িলে এক ‘বিৰাট’ অভিলেখ। IPL 2024ৰ ১৯ সংখ্যক মেচত ৰাজস্থান ৰয়েলছ (Rajasthan Royals)ৰ বিৰুদ্ধে বিৰাটে এই অভিলেখ গঢ়িবলৈ সক্ষম হয়। বিৰাটে ৬৭টা বলত শতক সম্পূৰ্ণ কৰে। আই পি এলত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেন বিৰাট

৭ এপ্ৰিলৰ ৰাশিফল

৭ এপ্ৰিলৰ ৰাশিফল

মেষ ৰাশি আজি আপোনাৰ বৈবাহিক জীৱনত কিছু ভাল পৰিৱৰ্তন আহিব, কিন্তু পাৰিবাৰিক বিবাদে পুনৰ মূৰ তুলিব পাৰে, যাৰ বাবে আপুনি অশান্তিত থাকিব। যদি এনেকুৱা হয় তেন্তে দুয়োপক্ষৰ কথা শুনিহে সিদ্ধান্ত লোৱাটো ভাল হ’ব। আপোনাৰ ঘৰত অতিথি আহিব পাৰে, যাৰ বাবে আপোনাৰ কিছু টকাও খৰচ হ’ব। শহুৰৰ পৰিয়ালৰ কাৰোবাক ধন ধাৰে

২০২৪ত ভয়ংকৰ প্ৰলয়! ধ্বংস হ’ব নেকি পৃথিৱী? সঁচা হ’ব নেকি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী?

২০২৪ত ভয়ংকৰ প্ৰলয়! ধ্বংস হ’ব নেকি পৃথিৱী? সঁচা হ’ব নেকি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী?

কিছুদিন পূৰ্বে আৰম্ভ হ’ল নতুন বছৰ। ইয়াৰ মাজতে এক ভয়ংকৰ প্ৰলয়ৰ ইংগিত দিলে বাবা ভাংগাই। বুলগেৰিয়াৰ ‘নষ্ট্ৰাডামাছ’ৰ ভৱিষ্যদ্বাণী এইবাৰ সঁচা হ’ব নেকি? বিগত তিনি মাহত সকলো কথা মিলি গৈছে। আগন্তুক সময়ত কি বিপদে অপেক্ষা কৰিছে জানিলে কঁপি উঠিব আপুনি! বাবা ভাংগাই ২০২৪ বৰ্ষৰ বাবে যি যি কৈছিল সেই সকলোবোৰ বিগত