Author: Shahnawaz Hamza

১ অক্টোবৰৰ পৰা মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

১ অক্টোবৰৰ পৰা মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ১ অক্টোবৰৰ পৰা উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উক্ত বিষয় সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে কয় যে, “বৰ্তমানলৈ কাজিৰঙাত বানপানী হোৱা নাই