Author: GTM Desk

কাজিৰঙাই গঢ়িলে অভিলেখ, চলিত বৰ্ষত পূৰ্বৰ সকলো অভিলেখ কাজিৰঙালৈ অহা পৰ্যটকৰ সংখ্যাই

কাজিৰঙাই গঢ়িলে অভিলেখ, চলিত বৰ্ষত পূৰ্বৰ সকলো অভিলেখ কাজিৰঙালৈ অহা পৰ্যটকৰ সংখ্যাই

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চলিত পৰ্যটন বৰ্ষত অভিলেখসংখ্যক পৰ্যটকৰ আগমন হৈছে৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ অনন্য জৈৱ বৈচিত্ৰ দৰ্শনৰ বাবে চলিত পৰ্যটন বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ সংখ্যাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্যে যে ২০২৩ – ২৪ পৰ্যটন বৰ্ষত কাজিৰঙালৈ অহা মুঠ পৰ্যটকৰ সংখ্যা ৩,২৭,৪৯৩

আপোনাৰ আজিৰ দিনটো কেনে যাব, দিনটোৰ আৰম্ভণিতে চাওক আপোনৰ ভাগ্যফল

আপোনাৰ আজিৰ দিনটো কেনে যাব, দিনটোৰ আৰম্ভণিতে চাওক আপোনৰ ভাগ্যফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে সমস্যাৰে ভৰা হ’ব। পাৰিবাৰিক সম্পৰ্কত চলি থকা উত্তেজনাৰ বাবে আপুনি সমস্যাত পৰিব। কিন্তু আৰ্থিক দৃষ্টিকোণেৰে আপোনাৰ দিনটো শক্তিশালী হ’ব। যাৰ বাবে আপুনি সন্তানৰ দায়িত্ব পূৰণ কৰিব পাৰিব। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটাত চিন্তিত হ’ব। ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি আগ্ৰহ থাকিব। সন্ধিয়া

শৰাইঘাটৰ নতুন দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ যুৱকৰ, আৰক্ষীয়ে উদ্ধাৰ কৰিলে মৃতদেহ

শৰাইঘাটৰ নতুন দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ যুৱকৰ, আৰক্ষীয়ে উদ্ধাৰ কৰিলে মৃতদেহ

শৰাইঘাট দলঙত পুনৰ অঘটন। দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জঁপিয়ালে এজন যুৱকে। শৰাইঘাটৰ নতুন দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিয়ে যুৱকজনে। এতিয়ালৈ জানিব পৰা হোৱা নাই যুৱকজন পৰিচয়। নদী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ।

হোটেলৰ কোঠাত ৬ যুৱক আৰু এগৰাকী যুৱতীৰ ‘নৈশ যাপন’! আৰক্ষীয়ে চলালে অভিযান, দৃশ্য দেখাৰ পিছত স্তম্ভিত হৈ পৰিল আৰক্ষীও

হোটেলৰ কোঠাত ৬ যুৱক আৰু এগৰাকী যুৱতীৰ ‘নৈশ যাপন’! আৰক্ষীয়ে চলালে অভিযান, দৃশ্য দেখাৰ পিছত স্তম্ভিত হৈ পৰিল আৰক্ষীও

কল চেণ্টাৰৰ জৰিয়তে বিদেশী নাগৰিকক প্ৰতাৰণা কৰা এটা চক্ৰৰ উৎখাত কৰে গ্ৱালিয়ৰ আৰক্ষীয়ে। মাধৱনগৰৰ এখন হোটেলৰ কোঠাত চলি আছিল এই কল চেণ্টাৰটো। আৰক্ষীৰ অভিযানত এগৰাকী মহিলাসহ ৭জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৱালিয়ৰত বহি ব্ৰিটেইন, আমেৰিকাকে ধৰি অন্য দেশত বাস কৰা নাগৰিকক প্ৰতাৰণা কৰাৰ কাম কৰি আছিল আটাইকেইজনে। ধৃত অভিযুক্তই মাইক্ৰ’ছফ্ট

আজি দিনটো আপোনাৰ বাবে কিছু খেলিমেলিৰে ভৰা হ’ব, যাৰ বাবে চিন্তিত হ’ব আপুনি।

আজি দিনটো আপোনাৰ বাবে কিছু খেলিমেলিৰে ভৰা হ’ব, যাৰ বাবে চিন্তিত হ’ব আপুনি।

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যম ফলদায়ক হ’ব। চাকৰিত পদোন্নতি হ’ব পাৰে। জ্যেষ্ঠজনৰ পৰা কোনো উপহাৰ লাভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাত মনত শান্তি পাব লগতে আত্মসন্মান বৃদ্ধি পাব। যাৰ ওপৰত আপোনাৰ ভৰসা নাই তেনেত লোকৰ আগত আপোনাৰ কোনো কথা কোৱাৰ পৰা আঁতৰত থাকক।