শক্তি আৰু পৰিবহণ খণ্ডত জৈৱিক ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ কেবিনেটে অনুমোদন জনাইছে অসম ইথানল উৎসাহন নীতিত৷ ২০২৩ চনৰ ভিতৰত পেট্র’ল–ডিজেলত ২০ শতাংশ ইথানল মিশ্রিত কৰি বিক্রী কৰাৰ
Author: Shahnawaz Hamza
পেট্ৰল, ডিজেলকে ধৰি ইন্ধন জাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আহ্বানত সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাই সাপেখাতী বজাৰ তিনিআলিত আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন
অনাকাংক্ষিতভাৱে গভীৰ সংকটৰ সন্মুখীন হৈছে অসমৰ চাহ উদ্যোগ৷ ইয়াৰ মূলতে ৰাজ্যৰ অর্থনীতিলৈ প্রভূত অৰিহণা আগবঢ়াই অহা উদ্যোগটোৰ ওপৰত বিভিন্ন দিশৰ পৰা নেতিবাচক প্রভাৱ পৰিছে৷ অতি শেহতীয়াকৈ উৎপাদন ব্যয়ৰ তুলনাত চাহৰ
শিৱসাগৰৰ হাঁহচৰা লংকাক গোঁহাই গাঁৱৰ এলিভা বুঢ়াগোঁহাই নামৰ এগৰাকী যুৱতীয়ে চাৰিটাকৈ আহোম যুগৰ অসমৰ প্ৰাচীন কীতিচিহ্ন এটা শিলতে অংকণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়।হাঁহচৰা
যি সময়ত এটুপি খোৱাপানীৰ বাবে মহানগৰবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে, সেই সময়তে জি এম চি তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হেমাহিৰ বাবে শ শ লিটাৰ পানী অপচয় হৈছে৷ দীর্ঘদিন ধৰি মেৰামতিৰ অভাৱত