Author: Shahnawaz Hamza

বশিষ্ঠ–সোণাপুৰত ড্রাগ্ছসহ তিনি সৰবৰাহকাৰী আৰক্ষীৰ জালত

বশিষ্ঠ–সোণাপুৰত ড্রাগ্ছসহ তিনি সৰবৰাহকাৰী আৰক্ষীৰ জালত

নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে অব্যাহত আছে মহানগৰ আৰক্ষীৰ অভিযান৷ মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে বুধবাৰে কেন্দ্রীয় কাৰাগাৰৰ সমীপত অভিযান চলাই ড্রাগ্ছ মাফিয়া মিথিংগা বসুমতাৰীক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে ধৃত ড্রাগ্ছ মাফিয়াৰ পৰা ড্রাগ্ছভর্তি শতাধিক

ৰাজহ চক্রৰ কার্যালয় ঘেৰাও প্রতিবাদী ৰাইজৰ

ৰাজহ চক্রৰ কার্যালয় ঘেৰাও প্রতিবাদী ৰাইজৰ

গুৱাহাটী মহানগৰীৰ জাবৰেৰে চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবীত বুধবাৰে পানীখাইতী চ’কত ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চ, চন্দ্রপুৰৰ উদ্যোগত ৰাজহুৱা ধর্ণা কার্যসূচীৰে অসমৰ মুখ্যমন্ত্রীলৈ এখন স্মাৰক–পত্র প্রদান কৰা হয়৷ প্রতিবাদকাৰীসকলে

একেৰাহে দ্বিতীয় দিনাও ৰাজ্যত বৃদ্ধি আক্রান্তৰ হাৰ

একেৰাহে দ্বিতীয় দিনাও ৰাজ্যত বৃদ্ধি আক্রান্তৰ হাৰ

ৰাজ্যত একেৰাহে দ্বিতীয় দিনাও সামান্য পৰিমাণে বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ হাৰ৷ বুধবাৰে ক’ভিড আক্রান্তৰ হাৰ ২.৭১ শতাংশলৈ বৃদ্ধি পাইছে৷ কালি এই হাৰ আছিল ২.৬৪ শতাংশ৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ