Author: GTM Desk

নামৰূপত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

নামৰূপত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

সমগ্ৰ ৰাজ্যত ড্ৰাগছ, সুৰা, নিচাজাতীয় সামগ্ৰী বিৰোধী অভিজান চলি থকা সময়তে আজি নামৰূপ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰা নেতৃত্ব যোৱা এটা বৃহৎ দলে এক গোপন সূত্ৰৰ পম খেদি নামৰূপ ৰেল ষ্টেচনৰ কাষৰ ৬নং বাগান লাইনৰ প্ৰভাত সোনাৰ নামৰ ব্যক্তি জনৰ ঘৰৰ পৰা প্ৰায় ২.৪ কি:গ্ৰাম গাঞ্জা জব্দ কৰে।

ডিব্ৰুগড় এগৰাকী কণমানিয়ে কঢ়িয়াই আনিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ২০২১

ডিব্ৰুগড় এগৰাকী কণমানিয়ে কঢ়িয়াই আনিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ২০২১

COVID পৰিস্থিতিৰ ফলত বিদ্যালয় সমুহ বন্ধ হৈ পৰাত ঘৰতে অনুশীলন কৰি ডিব্ৰুগড়ৰ এগৰাকী কণমানিয়ে কঢ়িয়াই আনিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ২০২১। সম্প্ৰতি বন্ধ হৈ আছে বিদ্যালয়। বন্ধৰ মাজতে ঘৰতে থাকি ডিব্ৰুগড়ৰ এগৰাকী চতুৰ্থ শ্ৰেণীত পঢ়ি থকা ১০ বছৰীয়া কণমানি ছাত্ৰীয়ে কঢিয়াই আনিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ। ডিব্ৰুগড় বৈৰাগী মঠৰ নিবাসী

নগাঁৱত দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দল: কুখ্যাত অপৰাধী তাজনুৰক জেৰা

নগাঁৱত দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দল: কুখ্যাত অপৰাধী তাজনুৰক জেৰা

নগাঁও আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড কুখ্যাত অপৰাধী তাজনুৰ হুছেইনক ওৰফে ৰাজাক যোৱা ৬ জুনৰ নিশা নগাঁও চহৰৰ সমীপৰ কাতিমাৰী পৰা জুৰীয়া আৰক্ষীৰ সহযোগত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাচত কুখ্যাত অপৰাধীজনক নগাঁও সদৰ থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখে। আনহাতে আজি গুৱাহাটীৰ পৰা অহা অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটা  দল