Author: Shahnawaz Hamza

গাজিয়াবাদৰ চিকিৎসালয়ত চিনাক্ত Yellow ফাংগাছ সংক্রমিত প্রথমজন ৰোগী

গাজিয়াবাদৰ চিকিৎসালয়ত চিনাক্ত Yellow ফাংগাছ সংক্রমিত প্রথমজন ৰোগী

ঘাতক ক’ভিড–১৯ৰ সমান্তৰালকৈ ব্লেক আৰু হোৱাইট ফাংগাছৰ সংক্রমণে দেশবাসীক শংকিত কৰি ৰখাৰ সময়তে এইবাৰ ৰোগীৰ দেহত ধৰা পৰিল অতি ভয়ানক য়েলো ফাংগাছ৷ ব্লেক আৰু হোৱাইট ভাইৰাছতকৈও ভয়ানক য়েলো ফাংগাছত আক্রান্ত