Author: GTM Desk

Tripura shuts schools, colleges as COVID cases surge

Tripura shuts schools, colleges as COVID cases surge

Agartala, Apr 16 (PTI) The Tripura government on Friday announced suspension of physical attendance of students in all schools, colleges and universities from April 17 due to the recent surge in COVID-19 cases. The state administration a week ago had suspended classroom teaching of standard 1 and 2 in all schools

পুনৰ ১৫ মে’লৈ বন্ধ দেশৰ সকলো দৰ্শনস্থলী

পুনৰ ১৫ মে’লৈ বন্ধ দেশৰ সকলো দৰ্শনস্থলী

দেশত ক’ৰোনাই সংহাৰী ৰূপ লোৱাৰ সময়তে বৃহস্পতিবাৰে ভাৰতীয় পুৰাতত্ত আৰু জৰীপ (এএছআই) বিভাগৰ অধীনত সকলো স্মৃতিশৌধ, সংগ্ৰহালয় আদি তাৎক্ষণিকভাৱে ১৫ মে’লৈ বন্ধ ৰখাৰ কথা ঘোষণা কৰে। প্ৰায় ৩,৬৯৩ টা স্মৃতিশৌধ আৰু ৫০ টা সংগ্ৰহালয় বন্ধ ৰখাৰ কথা টুইটাৰযোগে সদৰী কৰে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী প্ৰহ্লাদ পেটেলে। পুৰী জগন্নাথ মন্দিৰ আৰু সোমনাথ

শিল্পীসকলক কি আহ্বান জনালে সোণোৱালে?

শিল্পীসকলক কি আহ্বান জনালে সোণোৱালে?

ক’ভিডৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে জাৰি কৰা নীতি-নিৰ্দেশনাসমূহ মানি ৰাইজ তথা শিল্পীসকলক বিহু উদযাপন কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শুকুৰবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত শৃংখলাবদ্ধতাৰে আৰু নিখুঁতভাৱে নীতি-নিয়ম পালন কৰি বিহুৰ আনন্দ উপভোগ কৰিবলৈ অনুৰোধ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। “বিহু উদযাপ কৰক, কিন্তু তাত শৃংখলাবদ্ধতা অটুত থাকিব লাগিব। আমাৰ নীতি-নিৰ্দেশনা নিখুঁতভাৱে পালন

বিহুত কোন শিল্পীয়ে ভংগ কৰিলে চৰকাৰৰ ‘SOP’?

বিহুত কোন শিল্পীয়ে ভংগ কৰিলে চৰকাৰৰ ‘SOP’?

ক’ভিড-১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বিহু অনুষ্ঠানৰ ক্ষেত্ৰত জাৰি কৰিছে নিৰ্দেশনা। চৰকাৰৰ ‘SOP’ অনুসৰি নিশা ১১ বজাৰ পূৰ্বে সামৰিব লাগিব বিহুৰ অনুষ্ঠান। জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে চৰকাৰৰ নিয়ম মানি বঙাইগাঁও চহৰৰ গান্ধী ময়দানত নিশা ১১ বজাৰ পূৰ্বে মঞ্চ ত্যাগ কৰে। ৮.৪৫ বজাৰ পৰা ১০.৫৯লৈকে গীত পৰিৱেশন কৰি হাজাৰ