Author: Shahnawaz Hamza

আজিৰ পৰা ৫ এপ্রিললৈ ‘এবছেণ্টি ভোটাৰ’ৰ বেলটত ভোটগ্রহণ

আজিৰ পৰা ৫ এপ্রিললৈ ‘এবছেণ্টি ভোটাৰ’ৰ বেলটত ভোটগ্রহণ

গুৱাহাটীঃ নির্ধাৰিত ভোটগ্রহণ কেন্দ্রত সোঁশৰীৰে উপস্থিত থাকি ভোটদান সাব্যস্ত কৰিব নোৱাৰা কামৰূপ মহানগৰ জিলাৰ চাৰিটা সমষ্টিৰ প্রায় ৩ হাজাৰ ‘এবছেণ্টি ভোটাৰ’ৰ বাবে আজিৰ পৰা আৰম্ভ কৰা হৈছে বেলটত ভোটগ্রহণ প্রক্রিয়া৷