Author: Shahnawaz Hamza

আলফাই কেতিয়া মুকলি কৰি দিব কুইপ’ৰ দুই অপহৃত অভিযন্তাক?

আলফাই কেতিয়া মুকলি কৰি দিব কুইপ’ৰ দুই অপহৃত অভিযন্তাক?

কুইপ’ৰ দুই অভিযন্তা শিৱসাগৰৰ প্ৰণৱ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰৰ মুক্তি কেতিয়া?তিনি মাহ অতিবাহিত হোৱাৰ পিছতো কোনো সম্ভেদ ওলোৱা নাই দুই অভিযন্তাৰ।উল্লেখযোগ্য যে,ইতিবাচক দিশত হৈছিল কুইপ’ আৰু আলফা (স্বা)ৰ আলোচনা। ১ মার্চতেই দুই অপহৃত অভিযন্তাক মুকলি কৰি দিয়াৰ