Author: Shahnawaz Hamza

চূড়ান্ত ভোটাৰ তালিকা প্রকাশঃ ৰাজ্যত মুঠ ভোটাৰ ২,২৯,৯২,৫০৫গৰাকী

চূড়ান্ত ভোটাৰ তালিকা প্রকাশঃ ৰাজ্যত মুঠ ভোটাৰ ২,২৯,৯২,৫০৫গৰাকী

আসন্ন বিধানসভা নির্বাচনৰ প্রস্তুতিৰ অংশ হিচাপে দেশৰ নির্বাচন আয়োগে অসমত ব্যস্ত থকাৰ সময়তে সোমবাৰে নির্বাচন বিভাগে প্রকাশ কৰিলে ২০২১ চনৰ চূড়ান্ত ভোটাৰ তালিকা৷ এই চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ৰাজ্যখনত মুঠ