Author: GTM Desk

দাঁত ব্ৰাছ কিমান দিন ব্যৱহাৰৰ উপযোগী হৈ থাকে

দাঁত ব্ৰাছ কিমান দিন ব্যৱহাৰৰ উপযোগী হৈ থাকে

শৰীৰ সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত দাঁতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ দাঁত সুস্থ নাথাকিলে শৰীৰ কেনেকৈ সুস্থ হৈ থাকিব৷ দাঁত চাফা কৰি ৰাখিবলৈ প্ৰত্যেক দিনেই আমি দাঁত ব্ৰাছ বা দাঁতন ব্যৱহাৰ কৰো৷ কিন্তু এই দাঁত ব্ৰাছডাল কিমানদিন ব্যৱহাৰৰ উপযোগী হৈ থাকে সেই কথা বহুতেই নাজানে আৰু জনাসকলেও বিশেষ গুৰুত্ব নিদিয়ে৷ প্ৰকৃততে প্ৰত্যেক

মহিলাক শূন্য দূৰত্বৰ পৰা বুকুত গুলীয়াই পিছত নিজৰ মুৰত গুলীয়াই আত্মহণণ !

মহিলাক শূন্য দূৰত্বৰ পৰা বুকুত গুলীয়াই পিছত নিজৰ মুৰত গুলীয়াই আত্মহণণ !

এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে অসম ৷ এজন আৰক্ষীয়ে নিজৰ চাৰ্ভিছ ৰিভলভাৰৰে এগৰাকী মহিলাক শূন্য দূৰত্বৰ পৰা বুকুত গুলীয়াই পিছত নিজৰ মুৰত গুলীয়াই আত্মহণণ কৰে ৷ এই মৰ্মান্তিক ঘটনাই সকলোকে শোকাহত কৰি তুলিছে। আত্মহনণৰ দৰে চুড়ান্ত সিদ্ধান্ত লোৱা আৰক্ষী বিষয়াজন হ’ল নামৰ সদৰ আৰক্ষী নিৱেশৰ অ’চি অনুপম গোৱালা ৷ যোৱা

অক্টোবৰত মুকলি হ’ব উত্তৰ গুৱাহাটী সংযোগী দলং

অক্টোবৰত মুকলি হ’ব উত্তৰ গুৱাহাটী সংযোগী দলং

অক্টোবৰ মাহত মুকলি হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং৷ এই দলঙে হ্ৰাস কৰিব গুৱাহাটী-আমিনগাঁৱৰ যানজঁট৷ সোমবাৰে গুৱাহাটী-উত্তৰ দলঙৰ এটা অংশ মুকলি কৰি কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী শৰ্মাই সোমবাৰে কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ মুঠ ১,২০৮ কোটি টকাৰ চাৰিটা প্ৰকল্প উদ্বোধন, শিলান্যাস আৰু ভূমিপূজন কৰি এই কথা ঘোষণা কৰে৷ মুখ্যমন্ত্ৰী

ঝাৰখণ্ডত ধৰ্ষণৰ বলি বিদেশী পৰ্যটক…

ঝাৰখণ্ডত ধৰ্ষণৰ বলি বিদেশী পৰ্যটক…

ঝাৰখণ্ডত স্বামীৰ সৈতে ফুৰিবলৈ গৈ দলবদ্ধ ধৰ্ষণৰ বলি হোৱা স্পেইনৰ যুৱতীগৰাকীয়ে আগবঢ়াইছে ঘটনাৰ লোমহৰ্ষক বিৱৰণ৷ ঘটনাৰ দিনা ফাৰ্ণাণ্ডা নামৰ  যুৱতীগৰাকীয়ে স্বামীৰ সৈতে ঝাৰখণ্ডৰ ডুমকা জিলাৰ কুৰুমাহাট গাঁৱত দিনটোৰ ভাগৰৰ পাছত নিজৰ তম্বুত বিশ্ৰাম লৈ আছিল৷ ঝাৰখণ্ডৰ পৰা তেওঁলোকে নেপাললৈ যাত্ৰা কৰাৰ কথা আছিল৷ বিগত পাঁচ বছৰত ৬৩ খন দেশ ভ্ৰমণ