Author: GTM Desk

Driving License: হাতত মাত্ৰ ৪দিন, সলনি হ’ব ড্ৰাইভিং লাইচেন্সৰ লগত জড়িত বহু কেইটা নিয়ম!

Driving License: হাতত মাত্ৰ ৪দিন, সলনি হ’ব ড্ৰাইভিং লাইচেন্সৰ লগত জড়িত বহু কেইটা নিয়ম!

জানুৱাৰীৰ পৰা ড্ৰাইভিং লাইচেন্সৰ লগত জড়িত বহুখিনি নিয়ম সলনি হ’ব। বহুকেইখন ৰাজ্যই সিদ্ধান্ত লৈছে যে, লাৰ্নিং লাইচেন্স সহ আৰু কিছু বিষয়ত নতুন নিয়ম প্ৰৱৰ্তন কৰা হ’ব। কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰণালয়ৰ নিৰ্দেশত বিহাৰ, ছত্তিশগড় সহ বহু কেইখন ৰাজ্যৰ পৰিবহণ বিভাগে ড্ৰাইভিং লাইচেন্স আৰু যানবাহনৰ পঞ্জীয়ন সম্পৰ্কীয় নতুন নীতি প্ৰয়োগ কৰিব। আনহাতে, যদি

এতিয়াৰ পৰা প্ৰতি সপ্তাহত সলনি হ’ব গেছ চিলিণ্ডাৰৰ দাম?

এতিয়াৰ পৰা প্ৰতি সপ্তাহত সলনি হ’ব গেছ চিলিণ্ডাৰৰ দাম?

বছৰ শেষ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ২০২১ চনৰ পৰা সাধাৰণ জীৱনত বহু পৰিৱৰ্তন আহিব বুলি ধাৰণা কৰা হৈছে। আৰু ইয়াৰ প্ৰভাৱ প্ৰত্যক্ষ ভাবে পৰিব সাধাৰণ নাগৰিকৰ ওপৰত। সূত্ৰৰ খবৰ অনুসৰি, গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত বহু নিয়ম সলনি কৰাৰ সম্ভাৱনা আছে। অনুমান কৰা হৈছে যে, অতি শীঘ্ৰে এল পি জি

২০২১ বৰ্ষৰ নৱেম্বৰলৈ স্থগিত ২২ সংখ্যক উত্তৰ-পূৱ গ্ৰন্থমেলা

২০২১ বৰ্ষৰ নৱেম্বৰলৈ স্থগিত ২২ সংখ্যক উত্তৰ-পূৱ গ্ৰন্থমেলা

২২ সংখ্যক উত্তৰ পূৱ গ্ৰন্থমেলাৰ দিন ২০২১ চনৰ নবেম্বৰত অনুষ্ঠিত হ’ব। অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থা গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ নবেম্বৰ মাহৰ পৰিৱৰ্তে ২০২১ বৰ্ষৰ জানুৱাৰী-ফ্ৰেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল গ্ৰন্থমেলাখন। গ্ৰন্থমেলাখনৰ উপদেষ্টা সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিহেতু ২০২১ৰ জানুৱাৰী আৰু

মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীৰ সৈতে কামাখ্যাত আৰ্শীবাদ ল’লে অমিত শ্বাহে

মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীৰ সৈতে কামাখ্যাত আৰ্শীবাদ ল’লে অমিত শ্বাহে

কামাখ্যা মন্দিৰত পৰিদৰ্শন কৰি মা কামাখ্যাৰ আৰ্শীবাদ ললে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংগ দিয়ে তেওঁক। কামাখ্যাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ইয়াৰ পিছতে মণিপুৰলৈ যাত্ৰা কৰিব অমিত শ্বাহে। উল্লেখ্য দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণত আছে অমিত শ্বাহ।