Author: Shahnawaz Hamza

কাইলৈ গুৱাহাটীত উপস্থিত হ’ব অমিত শ্বাহ, বটদ্ৰৱাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰদান কৰিব ১৫০ কোটি

কাইলৈ গুৱাহাটীত উপস্থিত হ’ব অমিত শ্বাহ, বটদ্ৰৱাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰদান কৰিব ১৫০ কোটি

শনিবাৰে পুৱা ১১ বজাত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। আমিন গাঁৱত ৮ হাজাৰ নামঘৰলৈ বিতৰণ কৰিব সাহায্য। বটদ্ৰৱাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১৫০ কোটি টকা প্ৰদান কৰিব। গুৱাহাটী

জম্মু কাশ্মীৰত শ্বহীদ ধেমাজিৰ চিআৰপিএফ জোৱান মৃত্যুঞ্জয়

জম্মু কাশ্মীৰত শ্বহীদ ধেমাজিৰ চিআৰপিএফ জোৱান মৃত্যুঞ্জয়

গুৱাহাটীঃ জম্মু-কাশ্মীৰত দেশমাতৃৰ বাবে মৃত্যুক আঁকোৱালি ল’লে ধেমাজিৰ মৃত্যুঞ্জয়ে। বুধবাৰে সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণত আহত হোৱাৰ পাছত বৃহস্পতিবাৰে শ্বহীদ হয় চিআৰপিএফৰ ১১৫ নং বেটেলিয়নৰ জোৱান তথা ধেমাজিৰ চিচিবৰগাঁৱৰ সন্তান মৃত্যুঞ্জয় চুতীয়া।