Guwahati: All academic restrictions imposed due to COVID-19 protocols will be withdrawn from educational institutions from elementary school to university levels from January 1 in Assam, Minister for Health and Family Welfare Himanta Biswa Sarma said on Monday. The prevailing COVID-19 situation in the state has improved considerably with currently a
Author: GTM Desk
Prime Minister Narendra Modi expressed support yet again for his government’s controversial farm sector laws that has had the farmers camping at the borders of Delhi for nearly a month. “The agriculture reforms that have taken place are exactly what farmer bodies and even opposition parties have been asking over
মহানগৰীৰ একাংশ গাড়ী বিক্রী প্রতিষ্ঠানত চলিছে ব্যাপক খেলিমেলি৷ একাংশ প্রতিষ্ঠানে পুৰণা গাড়ীত ৰং সানি গ্রাহকক অধিক দামত বিক্রী কৰি প্রতাৰণা কৰি আহিছে৷ শেহতীয়াকৈ খানাপাৰাস্থিত গাড়ী বিক্রীৰ প্রতিষ্ঠান পোদ্দাৰ কাৰ ৱর্ল্ডৰ বিৰুদ্ধে গ্রাহকক নতুন গাড়ীৰ সলনি পুৰণা গাড়ী বিক্রীৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ প্রতিষ্ঠানটোৱে পুৰণা গাড়ীত ৰং সানি নতুন বুলি কৈ
২০২১ৰ বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ তৎপৰতাবৃদ্ধি পাইছে৷ আজি অসম গণ পৰিষদেও সৰুপথাৰ সমষ্টিৰ সৰুপথাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰে জাতীয় ঐক্য সমাৰোহ৷ এই সমাৰোহত অংশগ্রহণ কৰে অগপ দলৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্ত, অগপৰ সাংস্কৃতিক সম্পাদিকা কল্পনা পাটোৱাৰীসহবহু নেতা–কর্মীয়ে৷ সভাত অগপৰ সভাপতি অতুল
নেকিবুৰ ৰহমান নামৰ লোক এজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ৷ নিশা সংঘটিত এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় নেকিবুৰৰ বাসগৃহটো ৷ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হয় প্ৰায় সাত লাখ টকাৰ সম্পত্তি ৷ কেনেদৰে অগ্নিকাণ্ড সংঘটিত হ’ল সেই কথা এতিয়া নিশ্চিত কৰিব পৰা নাই ৷