Author: GTM Desk

ৰাজধানী চহৰত প্ৰিয় কুকুৰৰ সোণৰ মূৰ্তি উন্মোচন কৰিলে তুৰ্কমেনিস্তানৰ প্ৰেছিডেণ্টে

ৰাজধানী চহৰত প্ৰিয় কুকুৰৰ সোণৰ মূৰ্তি উন্মোচন কৰিলে তুৰ্কমেনিস্তানৰ প্ৰেছিডেণ্টে

পোহনীয়া জন্তুৰ প্ৰতি ভালপোৱা হয়টো ইয়াকে কয়! তুৰ্কমেনিস্তানৰ ৰাজধানীৰ একেবাৰে মাজ মজিয়াত ৫০ ফুট উচ্চতাত  এটা কুকুৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। তুৰ্কমেনিস্তানৰ প্ৰেছিডেণ্টে নিজৰ প্ৰিয় পোহনীয়া কুকুৰটোৰ সোণৰ প্ৰতিমূৰ্তি উন্মোচন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ২০০৭ চনৰ পৰা তুৰ্কমেনিস্তানৰ শাসনৰ গাদীত থকা প্ৰছিডেণ্ট গুৰবাংগুলী বাৰ্ডিমুখেমেদোভে বুধবাৰে অলবী প্ৰজাতিৰ এই কুকুৰৰ মূৰ্তিটো উন্মোচন কৰে।

ছিণ্ডিকেট আৰু অসাধু চক্ৰৰ বিৰুদ্ধে মাত মতাৰ বাবেই সাংবাদিকক হত্যা কৰা হৈছেঃ গৌৰৱ গগৈ

ছিণ্ডিকেট আৰু অসাধু চক্ৰৰ বিৰুদ্ধে মাত মতাৰ বাবেই সাংবাদিকক হত্যা কৰা হৈছেঃ গৌৰৱ গগৈ

‘বিজেপি চৰকাৰৰ দিনতেই অধিক দুৰ্নীতি হৈছে ৷ সকলো বস্তুটোৰে মূল্যবৃদ্ধি হৈছে ৷ আনকি বিজেপি চৰকাৰৰ দিনতেই ছিণ্ডিকেট আৰু মাফিয়াৰাজ অধিক চলিছে ৷ এইবোৰ কামত বিজেপিৰ বহু নেতা জড়িত৷ সেয়েহে এইবোৰৰ বিৰুদ্ধে বিজেপি নেতাই মাত নামাতে ৷ কিন্তু কংগ্ৰেছে মাত মাতি আহিছে এইবোৰৰ বিৰুদ্ধে ৷” -এই মন্তব্য কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ