Author: Shahnawaz Hamza

চকাবন্ধ চলি আছেই তাৰ মাজতে শনিবাৰে অসম বন্ধ! কোন সংগঠনৰ বন্ধৰ আহ্বান আৰু কিয়?

মটৰ পৰিবহন সন্থাৰ অনিৰ্দিষ্টকালীন চকা বন্ধ চলি থকাৰ মাজতে এইবাৰ অসম বন্ধৰ আহ্বান।  এই অসম বন্ধৰ আহ্বান জনাইছে কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদে। শনিবাৰে পুৱা ৫ বজাৰ পৰা বিয়লি ৫