Author: GTM Desk

কোৰোণাত আক্ৰান্ত হ’ল জনপ্ৰিয় অভিনেত্ৰী তমন্না ভাটিয়া, সংকটজনক অৱস্থাত চিকিত্‍সালয়ত ভৰ্তি

কোৰোণাত আক্ৰান্ত হ’ল জনপ্ৰিয় অভিনেত্ৰী তমন্না ভাটিয়া, সংকটজনক অৱস্থাত চিকিত্‍সালয়ত ভৰ্তি

এইবাৰ কোৰোণাত আক্ৰান্ত হ’ল জনপ্ৰিয় অভিনেত্ৰী তমন্না ভাটিয়া। পিছত স্বাস্থ্যৰ ব্যাপক অৱনতি ঘটাত, অভিনেত্ৰীগৰাকীক চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছে। কেইদিনমান পূৰ্বে অভিনেত্ৰীগৰাকীৰ পিতৃ-মাতৃ আক্ৰান্ত হৈছিল কোৰোণাত। উল্লেখযোগ্য যে,সম্প্ৰতি এখন ৱেব চিৰিজৰ শ্বুটিঙৰ বাবে হায়দৰাবাদত আছিল অভিনেত্ৰীগৰাকী। কিন্তু শ্বুটিংস্থলীত কোৰোণা পৰীক্ষা কৰোৱাৰ সময়ত অভিনেত্ৰীগৰাকীৰ কোৰোণাৰ ৰিপৰ্ট নিগেটিভ আহিছিল। কিন্তু পিছত শ্বুটিং স্থলীতে অসুস্থ

আছুত চৰম আৰাজকতা…একাংশ সদস্যই নামানে সংগঠনটোৰ নীতি আদৰ্শ  

আছুত চৰম আৰাজকতা…একাংশ সদস্যই নামানে সংগঠনটোৰ নীতি আদৰ্শ  

সদৌ অসম ছাত্ৰ সন্থা। যাৰ অসমত এক সুকীয়া পৰিচয় আৰু নিজৰ এখন সংবিধান আছে। নিষ্ঠাৱান কৰ্মীও বহুত আছে।    কিন্তু বৰ্তমান সময়ত আছুৰ একাংশৰ সদস্যই নামানে নিজৰেই সংবিধান। নামানো কোনো ধৰণৰ নীতি আদৰ্শ। শেহতীয়াকৈ  আছুৰ কেইজনমান সদস্যই কৰ্ট মেৰিজ কৰাৰ তথ্য আমাৰ হাতত আহি পৰিছে। আমাৰ হাতত আহি পৰা তথ্য

নৱেম্বৰত সমাধান হ’ব বেতনবঞ্চিত শিক্ষকৰ সমস্যা, ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

অসম চৰকাৰৰ বিত্ত , স্বাস্থ্য  শিক্ষা তথা গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নাজিৰাত উপস্থিত হৈ সমষ্টিটোৰ বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে পুৱাই শিমলুগুৰিস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া উদ্যানৰ প্ৰতিমূৰ্তিত সেৱা জনাই মাল্যৰ্পণ কৰে। বহুকেইটা পথৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। পথকেইটাৰ কাম সোমবাৰৰ পৰা আৰম্ভ হ’ব আৰু নিৰ্বাচনৰ আগত সম্পূৰ্ণ