Author: GTM Desk

শিলসাঁকোৰ পাৰত পুনৰ উচ্ছেদ অভিযান; GMDA-জিলা প্ৰশাসনে উচ্ছেদ চলাই ভাঙিলে তিনিটা বাসগৃহ

শিলসাঁকোৰ পাৰত পুনৰ উচ্ছেদ অভিযান; GMDA-জিলা প্ৰশাসনে উচ্ছেদ চলাই ভাঙিলে তিনিটা বাসগৃহ

আজি শিলসাঁকোৰ পাৰত পুনৰ উচ্ছেদ অভিযান চলিছে। পাথৰকুঁৱেৰীৰ মেগজিনৰ বিষ্ণু নগৰত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে। GMDA, জিলা প্ৰশাসনে উচ্ছেদ চলাই তিনিটাকৈ বাসগৃহ ইতিমধ্যে ভাঙিছে। নিতুল লহকৰ, ৰুবুল লহকৰ, সৰলা পাটগিৰিৰ ঘৰ উচ্ছেদ কৰা হৈছে। উল্লেখ্য যে, শিলসাঁকো পাৰৰ বাসিন্দাই উচ্চতম ন্যায়ালয়ত উচ্ছেদৰ বিৰুদ্ধে গোচৰ তৰিছিল। এই গোচৰত আদালতে স্থাগিতাদেহ

নলবাৰীত মাতৃ-পুত্ৰৰ মৃতদেহ উদ্ধাৰ; বিহ খুৱাই হত্যাৰ সন্দেশ

নলবাৰীত মাতৃ-পুত্ৰৰ মৃতদেহ উদ্ধাৰ; বিহ খুৱাই হত্যাৰ সন্দেশ

নলবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ঘৰৰ ভিতৰতে উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ। সোমবাৰে নিশা উদ্ধাৰ হোৱা মৃতদেহ কেইটা কবিতা হালৈ আৰু তেওঁৰ কিশোৰ পুত্ৰ হৃষিকেশ কাশ্যপৰ বুলি জানিব পৰা গৈছে। বিশেষভাৱে সক্ষম আছিল ১৫ বছৰীয়া হৃষিকেশ । সোমবাৰে আছিল কিশোৰজনৰ ওপজা দিন। কিন্তু জন্মদিন পালন কৰিব নাপালে হৃষিকেশে। নলবাৰীৰ বৰসৰকুছীত সংঘটিত

APSC Scam: বেংকৰ ধন লুটি জে’লত থকা প্ৰিয়ংকা বৰুৱাক ‘ভাল ছোৱালী’ বুলি কোন বিষয়াই দিছিল কেৰেক্টাৰ চাৰ্টিফিকেট?

APSC Scam: বেংকৰ ধন লুটি জে’লত থকা প্ৰিয়ংকা বৰুৱাক ‘ভাল ছোৱালী’ বুলি কোন বিষয়াই দিছিল কেৰেক্টাৰ চাৰ্টিফিকেট?

সদ্য নিযুক্তিপ্ৰাপ্ত APSC CCE 2022ৰ ফলাফলত পুনৰ বিসংগতিৰ ভয়ংকৰ অভিযোগ। দেওবাৰে সংবাদমেল পাতি তথ্যসহ এই অভিযোগ দাঙি ধৰিলে Fight Against Injustice of APSC নামৰ সংগঠনটোৱে ৷ তেওঁলোকৰ প্ৰশ্ন প্ৰিয়ংকা বৰুৱা কাণ্ডক কিয় গাপ দিছে চৰকাৰে? প্ৰিয়ংকা আখ্যান! APSCৰ জ্ঞাতসাৰেই ACS পদত বাছনি হৈছিল প্ৰিয়ংকা বৰুৱা। কোন বিষয়াই চহী কৰিছিল প্ৰিয়ংকাৰ