Author: GTM Desk

ৰিয়েলিটি শ্ব’ত আপত্তিজনকভাৱে স্পৰ্শ কৰিছিল নোৰা ফটেহীক ! তাৰপাছত…

ৰিয়েলিটি শ্ব’ত আপত্তিজনকভাৱে স্পৰ্শ কৰিছিল নোৰা ফটেহীক ! তাৰপাছত…

কৰিঅ’গ্ৰাফাৰ তথা ৰিয়েলিটী শ্ব’ ‘ইণ্ডিয়াজ বেষ্ট ডাঞ্চাৰ’ৰ জজ টেৰেঞ্চ লুইছ আৰু নৃত্য শিল্পী নোৰা ফটেহী বিগত কেইবাদিন ধৰি আলোচনাৰ কেন্দ্ৰবিন্দু হৈ আছে। #NoraFatehi Ass slapped by #TerranceLewis What a nonsense never thought expected from him#SonyTv #BollywoodCleanup pic.twitter.com/iyECt1mI74 — Nandini Idnani (@idnani_nandini) September 26, 2020 টেৰেঞ্চৰ এটা ভিডিঅ’ বিতৰ্কিত হৈ পৰিছে।