Author: GTM Desk

দাঁতৰ ৰং হালধীয়া নেকি? পাকঘৰতে আছে দাঁত বগা কৰাৰ উপায়..

দাঁতৰ ৰং হালধীয়া নেকি? পাকঘৰতে আছে দাঁত বগা কৰাৰ উপায়..

এজন ব্যক্তিৰ হাঁহি তেওঁৰ ব্যক্তিত্বৰ প্ৰতীক আৰু হাঁহিলে বহুতো ৰোগৰ পৰা মুকলিকৈ সকাহ প্ৰদান কৰে। এই কথাটো সকলোৱে জানে তথাপিও তেওঁলোকে হাঁহিব নোৱাৰে, বহুলোকে কেৱল দাঁত (Tooth) হালধীয়া হোৱাৰ বাবে হাঁহিব নোৱাৰে। যদি আপুনিও এই সমস্যাত ভুগি আছে তেন্তে কিছুমান সহজ ঘৰুৱা প্ৰতিকাৰ আছে যি আপোনাক দাঁতৰ হালধীয়া আঁতৰ কৰাত

অপূৰ্ণ এক প্ৰেমৰ কৰুণ পৰিণতিঃ প্ৰেমিকৰ দুৰ্ঘটনাত মৃত্যু, প্ৰেমিকাৰ আত্মহত্যা…

অপূৰ্ণ এক প্ৰেমৰ কৰুণ পৰিণতিঃ প্ৰেমিকৰ দুৰ্ঘটনাত মৃত্যু, প্ৰেমিকাৰ আত্মহত্যা…

প্ৰেমিকৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ দুখ সহ্য কৰিব নোৱাৰি বৃহস্পতিবাৰে নিশা প্ৰেমিকা ছাত্ৰীয়ে চিপজৰী লৈ আত্মহত্যা কৰা ঘটনাই কোকৰাঝাৰ চহৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিহত ছাত্ৰীগৰাকীক কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ বিজ্ঞান শাখাৰ মেধাবী ছাত্ৰী তথা মইছবাথান, প্ৰতাপখাতাৰ স্বৰ্গীয় জিতেন ব্ৰহ্ম আৰু পূৰ্নিমা ব্ৰহ্মৰ কন্যা দিপীকা ব্ৰহ্ম (১৭) বুলি

ৰাষ্ট্ৰীয় মাষ্টাৰ গেমচত জিলিকিল নগাঁৱৰ ড০ জুনু দেৱী

ৰাষ্ট্ৰীয় মাষ্টাৰ গেমচত জিলিকিল নগাঁৱৰ ড০ জুনু দেৱী

নগাঁও জিলাৰ ননৈ মহাবিদ্যালয়ৰ গানণিক ড০ জুনু দেৱীয়ে ৰাষ্ট্ৰীয় মাষ্টাৰ গেমচত জেভলিন থ্ৰ’ত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। গোৱাত ৮ ফেব্ৰুৱাৰীৰ পৰা ১৩ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত এই প্ৰতিযোগিতাত(৫৫বছৰ উৰ্ধৰ)ড০ জুনু দেৱীয়ে এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য় যে ড০ দেৱীয়ে শ্বটপুট আৰু ডিছকাছ শাখাত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

ACS পদত নিযুক্ত নহ’ল এইবাৰৰ APSCত ৩০তম স্থান পোৱা প্ৰিয়ংকা বৰুৱা!

ACS পদত নিযুক্ত নহ’ল এইবাৰৰ APSCত ৩০তম স্থান পোৱা প্ৰিয়ংকা বৰুৱা!

APSCৰ ২০২২ বৰ্ষৰ পৰীক্ষাৰ ফলাফলৰ তালিকা প্ৰকাশ পোৱাৰ পাছতেই এগৰাকী উত্তীৰ্ণ প্ৰাৰ্থীক লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। পৰীক্ষাৰ ফলাফল তালিকাত ACSৰ ৩০ সংখ্যক স্থানত প্ৰিয়ংকা বৰুৱা নামৰ এগৰাকী যুৱতীয়ে বাছনি লাভ কৰিছিল। কিন্তু ফলাফল প্ৰকাশৰ পাছতেই প্ৰিয়ংকাৰ বিৰুদ্ধে নিজৰ কলংকিত অধ্যায় আন্ধাৰত ৰাখি APSCৰ পৰীক্ষা দি ACS পদ লাভ কৰাৰ

নাৰেংগীৰ বীৰকুছীত চাঞ্চল্যকৰ ঘটনা…

নাৰেংগীৰ বীৰকুছীত চাঞ্চল্যকৰ ঘটনা…

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই অপৰাধীয়ে ইটোৰ পাছত সিটোকৈ সংঘটিত কৰি গৈছে নানান অপৰাধমূলক কাৰ্যকলাপ । দিনদুপৰতে চিলনী চোৰে কাঢ়ি নিলে সোণৰ চেইন । নাৰেংগীৰ বীৰকুছীত বুধবাৰে দুপৰীয়া এগৰাকী মহিলাৰ ডিঙিৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে সোণৰ চেইন ৷ স্কুটীত অহা দুই দুৰ্বৃত্তই ঘৰৰ লোহাৰ গেইট খুলি চৌহদত প্ৰৱেশ কৰি