Author: GTM Desk

বাঘবৰত বানাক্ৰান্তৰ কাষত বিশিষ্ট সমাজ সেৱক ৰাজীব আহমেদ

বাঘবৰত বানাক্ৰান্তৰ কাষত বিশিষ্ট সমাজ সেৱক ৰাজীব আহমেদ

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বিশিষ্ট সমাজ সেৱক ৰাজীব আহমেদে বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লয় আৰু মত‌ বিনিময় কৰে। ৰাইজৰ লগত মত বিনিময় কৰাৰ পাছত‌ বিশিষ্ট সমাজ সেৱক ৰাজীব আহমেদে তিৰপাল ,চিৰা,চেনী,মুড়ি,আৰু শিশু খাদ্য বিতৰণৰ লগতে কিছু আৰ্থিক সহায় আগবঢ়ায় । তাৰ লগতে বানাক্ৰান্ত ৰাইজক আশ্বাস দিয়ে যে