Author: GTM Desk

বাঘবৰত বান পৰিস্থিতিৰ বুজ ললে বিভিন্ন দল সংগঠনে‌

বাঘবৰত বান পৰিস্থিতিৰ বুজ ললে বিভিন্ন দল সংগঠনে‌

সমগ্ৰ অসমৰ লগতে বাঘবৰ সমষ্টিতো বানপানীয়ে বিস্তৰ ক্ষতি সাধন ‌কৰিছে ,সেয়ে বানপানীত‌ ক্ষতি‌ হোৱা সমষ্টিৰ বিভিন্ন অঞ্চল পৰ্যবেক্ষণ কৰে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় যুৱক সকলে। বিভিন্ন দল সংগঠনৰ লগতে বাঘবৰ সমষ্টিৰ এই আই ইউ ডি এফ কমিটিৰ ফালৰ পৰা বানত ক্ষতিগ্ৰস্ত হোৱা দুখীয়া মানুহক ‌কিছু‌ খোৱা বস্তুৰ লগতে আৰ্থিক