এম জি এনৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), চতুৰ্দশ বিত্ত আয়োগৰ অধীনস্থ তৃণমূল কাম-কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত জিলাসমূহৰ উপায়ুক্ত, চক্ৰ বিষয়া, জিলা উন্নয়ন আয়ুক্ত, মুখ্য কাৰ্যবাহী বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে বিষয়াবৰ্গক আজি কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে- ➡️
Author: GTM Desk
1/10 Held a press meet along with @BJP4Assam President Sri @RanjeetkrDass to spell out how Assam shall draw synergy from Hon PM Sri @narendramodi‘s stimulus package of Rs 20 Lakh Cr. We’re geared up to pursue PM’s clarion call for आत्मनिर्भर भारत. #AtmaNirbharAssam pic.twitter.com/qTXqvhn4Kw — Himanta Biswa Sarma (@himantabiswa)
Lockdown 4.0: Government of Assam’s New Guidelines for COVID-19 With effect from May 18. Assam Health and Finance minister Dr. Himanta Biswa Sarma pressmeet key points: 1/10 Held a press meet along with @BJP4Assam President Sri @RanjeetkrDass to spell out how Assam shall draw synergy from Hon PM
Alert ~ 7 #COVID19 + cases detected from Guwahati. One person had unfortunately died at GMCH prior to detection. 3 patients are from Sarusajai quarantine centre; & rest 3 related to Aloo Godam case are from Fancy Bazaar containment zone. Update 11.00 pm/May 18 #AssamCovidCount
ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে চতুৰ্থ পৰ্যায়ৰ লকডাউন । এফালে লকডাউন আনফালে ৰাজ্যচৰকাৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান । কাৰণ এই লকডাউনৰ সময়ছোৱাত বহিঃ ৰাজ্যৰ পৰা গৃহমুখি হৈছে লকডাউনৰ ফলত আবদ্ধ হৈ পৰা লোকসকল । চতিয়া সমষ্টিত বহি:ৰাজ্যৰপৰা নিজ গৃহলৈ আহিব বিচৰা যুৱক যুৱতীসকলক ৰাখিবৰ বাবে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ত্যাগবীৰ হেমবৰুৱা