ভাৰতীয় পৰম্পৰাগত খাদ্য সম্ভাৰ প্ৰস্তুত কৰোতে যিবোৰ মচলা ব্যৱহাৰ কৰা হয় সেইবোৰৰ ভিতৰত অন্যতম হ’ল ডালচেনি। এইবিধ মচলা খাদ্য সম্ভাৰ প্ৰস্তুত কৰোতে ব্যৱহাৰ কৰিলে পৰোক্ষভাৱে ডায়েবেটিছ প্ৰতিৰোধ কৰাত সহায় কৰে। ‘লিপিডছ ইন হেলথ এণ্ড ডিজিজ’ নামৰ এখন পত্রিকাত ডালচেনিৰ গুণ সম্পৰ্কে বহুতো নতুন নতুন তথ্য প্রকাশ পাইছে।গৱেষকসকলৰ মতে, ডালচেনি খালে
Author: GTM Desk
ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে বায়ু প্ৰদূষণে। এক পৰীক্ষাৰ অন্তত গম পোৱা গৈছে যে দীর্ঘসময় ধৰি বায়ু প্ৰদূষণৰ সংস্পৰ্শত থাকিলে মস্তিষ্কৰ সামগ্ৰিক আকৃতি সংকুচিত হৈ পৰে। ফলত মস্তিষ্কৰ বিভিন্ন অংশত পৰিমিত ৰক্ত সঞ্চালনৰ অভাৱত কোষবোৰৰ মৃত্যু ঘটিবলৈ আৰম্ভ কৰে। নিঃশব্দে ইস্কেমিক স্ট্রোক হয়। গবেষণাটোত গম পোৱা গৈছে যে যি মানুহে ৰাস্তাৰ
শেহতীয়াকৈ, অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছৰ (এইমছ) নিউৰোলজী বিভাগৰ গৱেষকসকলে এক তথ্য প্ৰকাশ কৰিছে। এইমছে জনাইছে , ভাৰতত প্ৰতি চাৰি মিনিটত কমেও এজন লোকৰ ষ্ট্ৰোকত মৃত্যু হয়। হৃদৰোগজনিত সমস্যা বৰ্তমান বিদ্যুতৰ গতিত বৃদ্ধি পাইছে। বহুতো লোক হৃদৰোগজনিত সমস্যাত ভুগিছে । যুৱ প্ৰজন্মৰ মাজতো এই ৰোগ দেখিবলৈ পোৱা হৈছে ।
এটা বয়সৰ পাছত, শৰীৰৰ বিপাকীয় হাৰ তুলনামূলকভাৱে যথেষ্ট হ্ৰাস হয়। গতিকে হঠাৎ ওজন বৃদ্ধি হোৱাৰ আশংকা থাকে। ওজন বৃদ্ধি হোৱাৰ লগে লগেই ভৰিৰ ওপৰত অতিৰিক্ত চাপ সৃষ্টি হয় । গাঁঠিবোৰত আৰম্ভ হয় বিষ । বৃদ্ধি হোৱা ওজনৰ বাবে কলেষ্টেৰল, হৃদৰোগ আৰু কিডনিৰ সমস্যাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে ।সেয়েহে ৬০ বছৰ
শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদানসমূহৰ ভিতৰত অন্যতম হ’ল কেলছিয়াম। আধুনিক জীৱন-যাপন আৰু উপযুক্ত খাদ্যাভ্যাসৰ অভাৱত এতিয়া বহুতো লোকৰ এইবিধ উপাদানৰ ভাৰসাম্য ৰক্ষাত ব্যাঘাত জন্মিছে। সেইবাবে এইবিধ উপাদানৰ অভাৱ নহ’বলৈ সকলোৱে কিছুমান বিষয়ত গুৰুত্ব প্ৰদান কৰা উচিত। কেলছিয়ামৰ অভাৱ হোৱাটো বহুতো বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে। খাদ্যৰ জৰিয়তে গ্ৰহণ কৰাৰ পৰিৱৰ্তে যদি ‘ছাপ্লিমেণ্ট’