Author: GTM Desk

আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা, কোনে দখল কৰিব পৰিষদ?

আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা, কোনে দখল কৰিব পৰিষদ?

আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হ’ব। পৰিষদৰ মুঠ ২৮টা সমষ্টিৰ ভিতৰত ২২টা সমষ্টিৰ হ’ব ভোট গণনা। ৬টা সমষ্টিত ইতিমধ্যে বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয় হৈছে বিজেপি প্ৰাৰ্থী। এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ মুঠ ৮৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। মুঠ ভোটাৰৰ সংখ্যা ১,৪১,১২৪ গৰাকী। ৬টা সমষ্টিত বিনা

১২ জানুৱাৰীৰ ৰাশিফল, কোন ৰাশিৰ কি আছে আজিৰ দিনটোৰ ভাগ্যফল

১২ জানুৱাৰীৰ ৰাশিফল, কোন ৰাশিৰ কি আছে আজিৰ দিনটোৰ ভাগ্যফল

মেষ ৰাশি : আজি দিনটোত আপোনাৰ অধিক খৰচ হ’ব। অনাৱশ্যক খৰচ বৃদ্ধিৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হ’ব। ব্যৱসায়ীসকলে লাভজনক চুক্তি কৰিব পাৰিব। কিন্তু তেওঁ আশা কৰা ধৰণে লাভ নহ’ব। প্ৰেম জীৱনত জড়িত লোকসকলৰ সম্পৰ্কত বাধা আহিব পাৰে। কৰ্মৰত লোকসকল জ্যেষ্ঠ বিষয়াৰ ষড়যন্ত্ৰৰ বলি হ’ব পাৰে। আৰ্থিক স্থিতি দুৰ্বল হ’লেও পৰিয়ালৰ

যমজ কন্যাৰ মাতৃ হল জনপ্ৰিয় অভিনেত্ৰী  ৰুবীনা দিলাইক !

যমজ কন্যাৰ মাতৃ হল জনপ্ৰিয় অভিনেত্ৰী ৰুবীনা দিলাইক !

অৱশেষত সেই সুখবৰটো আহিল। হয়, মাতৃত্বৰ সুখ লাভ কৰিলে টেলিভিছনৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী ৰুবীনা দিলাইকে।ৰবিবাৰে ৰুবীনা আৰু স্বামী অভিনৱ শুক্লাই যমজ কন্যাৰ অভিভাৱক ৰূপে লাভ কৰিলে নতুন পৰিচয়। এই খবৰ ৰুবীনাৰ জীম প্ৰশিক্ষকে প্ৰথমে ছ’চিয়েল মেডিয়াযোগে ৰাজহুৱা কৰে।কিন্তু পাছত তেওঁ এই প’ষ্টটো এডিট কৰে। অৱশ্যে, ই সন্দৰ্ভত বৰ্তমানেও ৰুবীনা-অভিনৱ অথবা

২২ ফেব্ৰুৱাৰীত বিবাহ পাশত আৱদ্ধ হ’ব বলীউডৰ অভিনেত্ৰী ৰকুল প্ৰীত

২২ ফেব্ৰুৱাৰীত বিবাহ পাশত আৱদ্ধ হ’ব বলীউডৰ অভিনেত্ৰী ৰকুল প্ৰীত

এই বছৰটোত বলীউডৰ বহু চেলিব্ৰেটী বিবাহপাশত আৱদ্ধ হ’ব।শেহতীয়াকৈ আমিৰ খানৰ কন্যা ইৰা খানে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক নুপুৰ শিখাৰেৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। এই তালিকাত শেহতীয়াকৈ নাম অন্তৰ্ভুক্ত হৈছে অভিনেত্ৰী ৰকুলপ্ৰীত সিং।হয়, অভিনেতা-প্ৰযোজক জেকী ভাগনানীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব এইগৰাকী সুন্দৰী। ৰকুল আৰু জেকীৰ বিয়া হ’ব ২২ ফেব্ৰুৱাৰীত। তেওঁলোকৰ বিয়াৰ

দিনটোৰ ১০ ঘণ্টায়েই ম’বাইলত ব্যস্ত থাকে শিশু, গৱেষণাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দিনটোৰ ১০ ঘণ্টায়েই ম’বাইলত ব্যস্ত থাকে শিশু, গৱেষণাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

আজিকালি ম’বাইল অবিহনে জীয়াই থকাটো আমাৰ বাবে যেন সপোনৰো অগোচৰ। জ্যেষ্ঠসকলৰ সমান্তৰালকৈ শিশুসকলো ম’বাইলৰ আসক্ত।খাওঁতে-শোওঁতে, উঠোতে-বহুতে সকলো সময়তে আজিকালি আভিভাৱকসকলে সন্তানক ম’বাইলটো হাতত তুলি দিবলগীয়া হয়। কিন্তু শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য।হয়, এই গৱেষণাত প্ৰমাণ হৈছে যে ১২ বছৰৰ তলৰ ৪২ শতাংশ শিশুৱে দিনে গড়ে দুইৰ পৰা চাৰি