গাখীৰ প্ৰায় প্ৰতিটো পৰিয়ালতে কম-বেছি পৰিমাণে ব্যৱহৃত হয়। গাঁওসমূহত গৰুৰ গাখীৰ সহজে উপলব্ধ। চহৰসমূহত অধিকাংশ লোকে পেকেট বা পেকেটৰ ভিতৰত উপলব্ধ তৰল গাখীৰ ব্য়ৱহাৰ কৰে। খাবৰ বাবে, মিঠাই প্ৰস্তুত কৰাৰ বাবে অথবা পূজা বা আন আন বিভিন্ন কাৰ্যত দৈনিক কম-বেছি পৰিমাণ গাখীৰ সকলোৱে ব্য়ৱহাৰ কৰে। এনে পেকেট গাখীৰসমূহ গ্ৰাহকলৈ লৈ
Author: GTM Desk
মানসিক, শাৰীৰিক আৰু আৱেগিকভাৱে স্বাস্থ্যৱান হৈ থাকিবলৈ যথেষ্ট টোপনিৰ প্ৰয়োজন। যেতিয়া লকডাউনে সমগ্ৰ পৃথিৱীজুৰি অস্থিৰ পৰিৱেশ সৃষ্টি কৰিছিল, সেই সময়ত বেছিভাগ লোকৰ বাবে ঘৰটো কাৰ্যালয় হৈ পৰিছিল। বহু লোকে পৰিয়ালতকৈ কম্পিউটাৰ স্ক্ৰীণৰ সৈতে অধিক সময় অতিবাহিত কৰিছিল। ব্যায়াম কৰা মহিলাসকল টোপনিৰ অভাৱৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হয়। বিশেষজ্ঞসকলে কয় যে
নতুন দিল্লীত অনুষ্ঠিত হৈ থকা ৬৭তম” নেচনেল স্কুল গেমছত”সাঁতোৰত জিলিকিছে অসম এগৰাকী ছাত্ৰী ৷ দিল্লীৰ কেন্দ্ৰীয় বিদ্যালয়ক প্ৰতিনিধিত্ব কৰি অসমৰ পাহি বৰাই সাঁতোৰৰ ১০০ মিটাৰ ব্ৰেষ্ট ষ্ট্ৰোকত ৰূপৰ পদক আৰু ২০০ মিটাৰত ব্ৰঞ্জৰ অৰ্জন কৰে। দিল্লীৰ ড০ শ্য়ামা প্ৰসাদ মুখাৰ্জী,কেন্দ্ৰীয় বিদ্য়ালয়ক” নেচনেল স্কুল গেমছ” ত প্ৰতিনিধিত্ব কৰি সাঁতোৰত জিলিকিছে অসমৰ
আজি গোৱালপাৰাৰ স্বগৃহলৈ অনা হ’ব আৰক্ষী জোৱান কুশল কলিতাৰ মৃতদেহ। দেওবাৰে নাৱৰ পৰা পৰি মৃত্যু হৈছিল কুশল কলিতাৰ। আৰক্ষী অধীক্ষক হৰেণ তকবিৰ নিৰ্দেশত ফটো তুলিবলৈ গৈ নাৱৰ পৰি মৃত্যু হোৱাৰ অভিযোগ। ফকিৰগঞ্জ থানাৰ পৰা ইঞ্জিন চালিত নাৱেৰে বন্ধিহানা থানালৈ গৈ থকাৰ বাটত উপ-আৰক্ষী অধীক্ষকৰ নিৰাপত্তাৰক্ষী কুশল কলিতাক ফটো তুলিবলৈ কৈছিল
জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। জামুগুৰিহাটৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। এখন আৰ্টিকা বাহন আৰু বাইকৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন যুৱক। আনহাতে আহত হৈছে আন এজন। দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS-12 P 7820।