স্বামীয়ে বিচাৰিছিল চাহ ৷ ইয়াৰ বিপৰীতে ক্ষোভত পত্নীয়ে স্বামীৰ চকুত হানি দিলে কেঁচীৰে৷ অভিযোগ অনুসৰি, ৰক্তাক্ত অৱস্থাত পেলাই থৈ পলায়ন কৰে পত্নীয়ে৷ উত্তৰ প্রদেশৰ বাগপট জিলাত দাম্পত্য কলহৰ চৰম পৰিণতি হিচাপে এই ঘটনা ঘটিছে বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷ পত্নীৰ কেঁচীৰ আঘাতত গুৰুতৰভাৱে আহত লোকজনৰ নাম অংকিত৷ ৩ বছৰ পূর্বে
Author: GTM Desk
ৰাতি পিয়াহ অনুভৱ কৰাটো সাধাৰণ কথা, কিন্তু যদিহে অত্যধিক পিয়াহৰ বাবে প্ৰতি নিশাই টোপনি কমিবলৈ ধৰে তেন্তে ই এক চিন্তনীয় পৰিস্থিতি হ’ব পাৰে। সকলোৱে ৰাতিৰ টোপনি ভাল পায়, সুস্বাস্থ্যৰ বাবে আমি ৭ৰ পৰা ৮ ঘণ্টা শুব লাগে, কিন্তু কেতিয়াবা হঠাতে মাজনিশা আমি তীব্ৰ পিয়াহৰ অনুভৱ কৰো, যিয়ে টোপনিত ব্যাঘাত জন্মায়।
এই ৰাশিৰ মানুহে কেতিয়াও ৰঙা সূতা পিন্ধিব নালাগে, লাভৰ সলনি লোকচান হ’ব পাৰে ! প্রায়ে আপুনি নিশ্চয় দেখিছে যে যদি কিবা শুভ কাম বা পূজা ইত্যাদি থাকে তেন্তে তাত ৰঙা ৰঙৰ সূতা বা কলোৱা বান্ধি থোৱা থাকে। কলাৱ তিনিটা সূতাৰে গঠিত৷ ইয়াক সাধাৰণতে কপাহৰ পৰা তৈয়াৰ কৰা হয়। যদিও ইয়াত
বয়স বৃদ্ধিৰ লগে লগে চুলি পকা স্বাভাৱিক । কিন্তু সম্প্ৰতি কম বয়সতে অনেকৰ মূৰৰ চুলি পৰা দেখা যায় । কিন্তু কি কাৰণত কম বয়সতে চুলি পকে জানেনে ? ইয়াৰ মূলতে আছে তিনিটা বৃহৎ কাৰণ । জানি লওক সেই কাৰণবোৰনো কি । ১) আমিষ খাদ্যই শৰীৰৰ পুষ্টি জোগোৱাত সহায় কৰে ।
এজনী মাতৃ আৰু নৱজাতকৰ তত্ত্বাৱধান সম্পৰ্কে- ১) হস্পিতালৰ পৰা অনাৰ পিছত সকলোৱে কেঁচুৱাটোৰ কথা সোধাই নহয়, কেঁচুৱাটোৰ মাকৰ শৰীৰ কেনেকুৱা আছে, কেনে অনুভৱ কৰিছে বুলিও সুধিব। ২)কেঁচুৱাটোৱে গাখীৰ পাইছে নে নাই সেই কথা জনাৰ উপৰিও মাকৰ কিবা খাবলৈ মন গৈছে নেকি বুলিও সোধপুচ কৰা নিতান্তই প্ৰয়োজন আছে। ৩) মাতৃ এজনীয়ে