Author: GTM Desk

শীতকালত কেঁচা জলকীয়াৰ স্বাস্থ্যসন্মত গুণ…

শীতকালত কেঁচা জলকীয়াৰ স্বাস্থ্যসন্মত গুণ…

আঞ্জাত জ্বলা দিলেও কেঁচা জলকীয়া এটা-দুটা কাঁহীৰ কাষত লোৱাটো আমাৰ মাজৰ বহুতৰে অভ্যাস। কেঁচা জলকীয়া নিয়মিত খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবেই বহু লোকে আকৌ ধমকো দিয়ে। কিন্তু আপোনালোকে জানেনে, কেঁচা জলকীয়া প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ৰে পৰিপূৰ্ণ এবিধ পাচলি। কেৱল ভিটামিন ‘চিয়েই নহয়, ইয়াত ভিটামিন “বি৬“, ভিটামিন এ, আইৰণ, কপাৰ, পটাছিয়াম

মাজনিশা অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ ফেচবুক লাইভ, আনিলে ডাঙৰ অভিযোগ!

মাজনিশা অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ ফেচবুক লাইভ, আনিলে ডাঙৰ অভিযোগ!

মাজনিশা অভিনেত্ৰী প্ৰিয়ম পল্লৱীৰ ডাঙৰ অভিযোগ। নিশা প্ৰায় ২ বজাত ফেচবুক লাইভযোগে ডাঙৰ অভিযোগ উত্থাপন কৰিলে অভিনেত্ৰীগৰাকীয়ে। আন কাৰো বিৰুদ্ধে নহয়, অভিনেত্ৰীগৰাকীয়ে চুক্তিবদ্ধ হৈ থকা অভিনন্দন থিয়েটাৰৰ প্ৰযোজকৰ বিৰুদ্ধে অভিনেত্ৰীগৰাকীয়ে উজাৰিলে ক্ষোভ। ফেচবুক লাইভত অভিনেত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, বৰপেটা জিলাত চলি থকা থিয়েটাৰৰ দৰ্শনীৰ পিছতে প্ৰযোজকে তেওঁক প্ৰাপ্য মাননী আদায় দিয়াৰ

অন্ধবিশ্বাস! কণমানি সন্তানৰ সন্মুখতে হানি-খুচি জীৱন্তে জ্বলাই দিলে মাতৃক, ঘৰ-দুৱাৰ ভাঙি খেদি দিলে বৃদ্ধ দম্পতীক

অন্ধবিশ্বাস! কণমানি সন্তানৰ সন্মুখতে হানি-খুচি জীৱন্তে জ্বলাই দিলে মাতৃক, ঘৰ-দুৱাৰ ভাঙি খেদি দিলে বৃদ্ধ দম্পতীক

তেজপুৰৰ মহিলাক জীৱন্তে জ্বলাই হত্যা কৰা বুলি On Camera প্ৰতিৱেশীয়ে দম্ভালি মৰাৰ পাছদিনাই পোহৰলৈ আহিছে একেখন জিলাত ডাইনী অন্ধবিশ্বাসৰ আন এক নাৰকীয় কাহিনী। এইবাৰ ঘটনাৰ স্থান ৰঙাপৰাৰ লালবৰাহী। ডাইনী অন্ধবিশ্বাসৰ বলি হৈ একে গাঁৱৰ এদল লোকে ঘৰ-দুৱাৰ লণ্ডভণ্ড কৰি খেদি দিলে বৃদ্ধ দম্পতীক। যুগ যুগ ধৰি লালবৰাহীত বাস কৰা পৰিয়ালটোৰ

জি পি সিঙৰ অসমত প্ৰত্যাৱৰ্তনৰ লগে লগেই বৃদ্ধি পাবলৈ লৈছিল ভুৱা এনকাউণ্টাৰ : অখিল গগৈ

জি পি সিঙৰ অসমত প্ৰত্যাৱৰ্তনৰ লগে লগেই বৃদ্ধি পাবলৈ লৈছিল ভুৱা এনকাউণ্টাৰ : অখিল গগৈ

কা’ আন্দোলনৰ পৰাই আৰম্ভ হৈছিল ভুৱা এনকাউণ্টাৰ – এই অভিযোগ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ (Akhil Gogoi)। মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰি অখিল গগৈয়ে ৰাজ্যত চলি অহা এনকাউণ্টাৰ সন্দৰ্ভত কয় যে DGP জি পি সিঙৰ অসমত প্ৰত্যাৱৰ্তনৰ লগে লগেই বৃদ্ধি পাবলৈ লৈছিল ভুৱা এনকাউণ্টাৰ। অখিল গগৈয়ে

নতুন বছৰত কেতিয়া মহাশিৱৰাত্ৰি? শাওন শিৱৰাত্ৰিও বিশেষ ফলদায়ক, পূজাৰ শুভ সময় জানো আহক

নতুন বছৰত কেতিয়া মহাশিৱৰাত্ৰি? শাওন শিৱৰাত্ৰিও বিশেষ ফলদায়ক, পূজাৰ শুভ সময় জানো আহক

নতুন বছৰ ২০২৪ত হোলীৰ আগতে শিৱভক্তৰ সৰ্ববৃহৎ উৎসৱ মহাশিৱৰাত্ৰি আছে। হিন্দু পঞ্চাং অনুসৰি প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালন কৰা হয়। মহাশিৱৰাত্ৰিৰ দিনা ভক্তসকলে ব্ৰত পালন কৰি ভগৱান শিৱক পূজা কৰে। ফাগুন মাহৰ উপৰিও প্ৰতি মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত মাহিলী শিৱৰাত্ৰি পালন কৰা হয়। মহাশিৱৰাত্ৰিৰ