ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱত দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহিব। অহা ২৭ ডিচেম্বৰত অসমত পদাৰ্পণ কৰি ২৮ আৰু ২৯ ডিচেম্বৰত দুদিনীয়াকৈ মাজুলীত কেবাটাও কাৰ্যসূচীত সৰসংঘচালক গৰাকীয়ে অংশগ্ৰহণ কৰিব ৷ অহা ২৭ ডিচেম্বৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱতে বিমানযোগে ডিব্ৰুগড়ত অৱতৰণ কৰি পোনে পোনে মাজুলীত উপস্হিত হ’ব
Author: GTM Desk
জ্যোতিষশাস্ত্ৰৰ নিয়ম অনুসৰি শনি যেতিয়া যিকোনো ৰাশিলৈ গতি কৰে তেতিয়া চন্দ্ৰৰ অৱস্থান সেই ৰাশিৰ সৈতে একে হয়। জ্যোতিষশাস্ত্ৰৰ মতে অহা বছৰ অৰ্থাৎ ২০২৪ চনত শনি কুম্ভ ৰাশিত থাকিব। জ্যোতিষশাস্ত্ৰৰ নিয়ম অনুসৰি শনি যেতিয়া যিকোনো ৰাশিলৈ গতি কৰে তেতিয়া চন্দ্ৰৰ অৱস্থান সেই ৰাশিৰ সৈতে একে হয়। মুদগাল জ্যোতিষ কেন্দ্ৰৰ জ্যোতিষী পণ্ডিত
সমগ্ৰ বিশ্ব মানৱে মানুহ আৰু মানৱতাৰ জয়গান আওৰাই অহাৰ সময়তো মানৱৰ হাতত লুণ্ঠন হৈছে মানৱতা। বধ্যভূমিত পৰিণত হৈছে মানুহৰ পৃথিৱী ৷ এচাম নৰপিশাচে নিৰীহৰ কেঁচাতেজৰ ফাঁকুখেলি পৈশাচিক আনন্দৰ কিৰিলি পাৰিছে ৷ সেয়া আছিল ২৩ ডিচেম্বৰ ২০১৪ ৷ সেইদিনা বেলি মাৰ যোৱাৰ পৰত বিশ্বনাথৰ তিনিসুঁতিৰ ফুলবাৰী অঞ্চলত বৈ গৈছিল সীমান্তবাসী অসমীয়াৰ
সমগ্ৰ দেশতে কোভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এনে সময়তে শনিবাৰে ৰাজ্যৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভতমন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ স্বাস্থ্যমন্ত্ৰী মহন্তই শনিবাৰে কয়, ক’ভিডৰ নতুন ভেৰিয়েণ্টক লৈ চিন্তাৰ কাৰণ নাই৷ এইটো ভেৰিয়েণ্ট দুৰ্বল৷ যুঁজিব পৰাকৈ সকলোৰে ইমিউনিটী আছে৷ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, এতিয়ালৈকে ৰাজ্যত কোনো নিৰ্দেশনা দিয়া হোৱা নাই৷ কোভিড টেষ্ট বাধ্যতামূলক
নিউজ ব্যুৰ’,নগাঁও,২৩ডিচেম্বৰ:–ৰাষ্ট্ৰীয় সন্মান লাভেৰে উজলিল নগাঁও জিলাৰ এগৰাকী প্ৰবীণ শিল্পী। লোক সংস্কৃতিৰ সাধনা কৰা পুৰণিগুদাম জলাহগাঁৱৰ এই শিল্পীগৰাকী হৈছে ৰাজু শইকীয়া । সুদীৰ্ঘ ৩০টা বছৰে প্ৰচাৰ বিমুখভাৱে নিজৰ গাঁঠিৰ ধন ভাঙি গ্ৰামাঞ্চলত নৱপ্ৰজন্মৰ মাজত লোক সংস্কৃতিৰ জ্ঞান বিলাই ফুৰা ওজা ৰাজু শইকীয়াক উৰিষ্যাৰ “ত্ৰিবেণী কলা কেন্দ্ৰ”ই প্ৰদান কৰিলে “ৰাষ্ট্ৰীয় কলাগুৰু