প্ৰায় বিৰোধীশূন্যভাৱেই চলি আছে সংসদৰ শীতকালীন অধিৱেশন। সংসদৰ এই বিৰোধী শূন্য অৱস্থাৰ মাজতে আজি লোকসভাত গৃহীত হ’ল তিনিখনকৈ গুৰুত্বপূৰ্ণ বিধেয়ক। লোকসভাত আজি প্ৰায় বিৰোধীৰ অনুপস্থিতিত ঔপনিৱেশিক যুগৰ অপৰাধী আইনৰ স্থানত তিনিখন নতুন অপৰাধ বিধেয়ক গৃহীত হয়। নিম্ন সদনত গৃহীত হয় ভাৰতীয় ন্যায় (দ্বিতীয়) সংহিতা, ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা (দ্বিতীয়) সংহিতা,
Author: GTM Desk
যোৱা ১৩ ডিচেম্বৰত সংঘটিত সংসদৰ নিৰাপত্তা ভংগৰ ঘটনাক লৈ এতিয়াও তোলপাৰ হৈ আছে দেশৰ ৰাজনীতি। এই বিষয়কে কেন্দ্ৰ কৰি হোৱা বিতৰ্কৰ পিছত সংসদৰ পৰা নিলম্বিত হৈছে বিৰোধীৰ ১৪৫ গৰাকীকৈ সাংসদ। তাৰ মাজতে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি এতিয়াৰ পৰা সংসদৰ নিৰাপত্তাৰ দায়িত্ব দিল্লী আৰক্ষীৰ পৰিৱৰ্তে কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী, চমুকৈ
প্ৰতি বছৰৰ দৰে এই বছৰো গুগলে ইয়াত আটাইতকৈ বেছি অনুসন্ধান কৰা লোকৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকাত বহু বলীউডী ছবি তথা অভিনেত্ৰীৰ নাম অন্তৰ্ভুক্ত আছে।হয়, ২০২৩ চনত দেশ-বিদেশৰ কোটি কোটি লোকে আটাইতকৈ বেছি অনুসন্ধান কৰিলে কিয়াৰা আদৱানীৰ নাম। এই বছৰটোত গুগলত প্ৰকৃততে অভিনেত্ৰীগৰাকীৰ বিষয়ে লোকসকলে কি জানিবলৈ বিচাৰিলে, আপুনিও জানি
দেৱগুৰু বৃহস্পতিক যুৱতীৰ বিবাহৰ কাৰক বুলি গণ্য কৰা হয়। যদি বৃহস্পতি গ্ৰহটো ৰাশিফলত শক্তিশালী হয়, তেনেহ’লে অবিবাহিত ছোৱালীবোৰে সোনকালে বিবাহ পাশত আৱদ্ধ হয়। আনহাতে, যদি গুৰু দুৰ্বল হয় তেন্তে বিবাহ পলমকৈ হয়। জ্যোতিষ শাস্ত্ৰত ৰাশিফলৰ বৃহস্পতি আৰু শুক্ৰ গ্ৰহক বিশেষ ভাৱে বিবেচনা কৰা হয়।যদি এই গ্ৰহত একো ক্ৰুটি নাথাকে, তেন্তে
২০২৪ চনত মুঠ ৫টা গ্ৰহণ হ’ব। ইয়াৰ ভিতৰত আছে দুটা সূৰ্যগ্ৰহণ আৰু তিনিটা চন্দ্ৰগ্ৰহণ। প্ৰথম চন্দ্ৰগ্ৰহণ হ’ব ২০২৪ চনৰ ২৫ মাৰ্চ সোমবাৰে। এই দিনটোত হ’ব পূৰ্ণিমা তিথি। সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ বিশেষ গুৰুত্ব আচে। বৈজ্ঞানিক আৰু ধৰ্মীয় দৃষ্টিকোণৰ পৰা এয়া এক গুৰুত্বপূৰ্ণ ঘটনা। ২০২৪ চনত মুঠ ৫টা গ্ৰহণ হ’ব। ইয়াৰ ভিতৰত