হিন্দু ধৰ্মত প্ৰতিটো দিনৰ এক বিশেষ তাৎপৰ্য আছে। সপ্তাহৰ প্ৰতিটো দিন কোনোবা নহয় কোনোবা দেৱ-দেৱীৰ নামত উৎসৰ্গা কৰা হয়। একেদৰে বৃহস্পতিবাৰৰ দিনটো ভগৱান বৃহস্পতি, শ্ৰীহৰি বিষ্ণু আৰু দেৱী লক্ষ্মীৰ নামত উচৰ্গা কৰা হয়। এই দিনটোত ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীক একেলগে পূজা কৰিলে আকাংক্ষিত ফল পোৱা যায় বুলি ধৰ্মীয় বিশ্বাস
Author: GTM Desk
৩০ বছৰ পিছত কুম্ভ ৰাশিত আটাইতকৈ শক্তিশালী এই বিৰল ৰাজযোগৰ বাবে এই ৩ ৰাশিৰ জাতক-জাতিকাৰ হাতলৈ আহিব প্ৰচুৰ ধন। বৈদিক শাস্ত্ৰ অনুযায়ী প্ৰতিটো গ্ৰহৰ এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত ৰাশি পৰিৱৰ্তন ঘটে ফলত কোনো ৰাজযোগ বা শুভ সংযোগৰ সৃষ্টি হয় ৷ মানুহৰ জীৱনত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে। গোটেই ১২ টা ৰাশিৰ
বিশ্বাস অনুসৰি গোদা দেৱীয়ে ধনুৰ্মাস ব্ৰত পালন কৰি ভগৱান শ্ৰী বিষ্ণুৰ লগত বিবাহপাশত আবদ্ধ হ’বলৈ সক্ষম হৈছিল। গতিকে মহিলাসকলে সাধাৰণতে এজন ভাল স্বামী পাবলৈ ধনুৰ্মাস ব্ৰত পালন কৰে। হিন্দু ধৰ্মত কিছুমান মাহক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। এই মাহকেইটাত বহুতো উৎসৱ পালন কৰা হয়। প্ৰাচীন কালৰ পৰাই বিশ্বাস চলি
GUWAHATI, 21st December 2023: Researchers at the Indian Institute of Technology Guwahati (IIT Guwahati) led by Prof. Arup Kr Sarma, Department of Civil Engineering, IIT Guwahati, in collaboration with the Brahmaputra Board, Ministry of Jal Shakti, Government of India, have developed an indigenous river model BRAHMA-2D (Braided River Aid: Hydro-Morphological
অৱশেষত সন্ধান ওলাল পৰ্বতঝোৰাৰ ৰামশ্বৰবৰ ঘন অৰণ্যত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা কিশোৰীগৰাকীৰ পৰিচয়। উল্লেখ্য যে, যোৱা ১৬ ডিচেম্বৰৰ পুৱা কাজিগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত পানবাৰীৰ পেট্ৰ’ল পাম্পৰ নিলগত থকা ৰামশ্বৰবৰ ঘন অৰণ্যৰ মাজত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰী। সেই অৱস্থাত কিশোৰীগৰাকী উদ্ধাৰ হ’লেও অৱশ্যে দীৰ্ঘ সময়লৈকে