Author: GTM Desk

গাড়ীৰে খুন্দিয়াই প্ৰেমিকাক হত্যাৰ চেষ্টা, গ্ৰেপ্তাৰ প্ৰেমিকসহ ৩ জন

গাড়ীৰে খুন্দিয়াই প্ৰেমিকাক হত্যাৰ চেষ্টা, গ্ৰেপ্তাৰ প্ৰেমিকসহ ৩ জন

মহাৰাষ্ট্ৰৰ চৰ্চিত প্ৰিয়া সিং ঘটনাৰ ৩ অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে ডিচিপিৰ নেতৃত্বত গঠিত এছআইটিয়ে এই তিনিজনক গ্ৰেপ্তাৰ কৰে। দেওবাৰেগ্ৰেপ্তাৰ হোৱা অভিযুক্ত কেইজন ক্ৰমে- অশ্বজিত গাইকৱাড়, ৰোমিল আৰু আন এগৰাকী সহযোগী। অভিযোগ অনুসৰি এগৰাকী শীৰ্ষ আমোলাৰ পুত্ৰ অশ্বজিতে প্ৰেমিকাক গাড়ীৰে খুন্দিয়াই হত্যা কৰাৰ চেষ্টা কৰে। এই ঘটনাত

নাবালিকা নিৰ্যাতনকাৰী ৰাহুল মুছাহাৰী আৰু  জয়নাল আবেদিনক সশ্ৰম কাৰাৱাস, জৰিমনা…

নাবালিকা নিৰ্যাতনকাৰী ৰাহুল মুছাহাৰী আৰু জয়নাল আবেদিনক সশ্ৰম কাৰাৱাস, জৰিমনা…

কোকৰাঝাৰ জয়দেৱ কোচৰ বিশেষ আদালতে আজি পৃথকে পৃথকে কৰা দুটা ৰায়দানত দুই নাবালিকা নিৰ্যাতনকাৰীক সশ্ৰম কাৰাদণ্ডৰ লগতে জৰিমনা বিহিছে । ইয়াৰে এটা হ’ল ধুবুৰী জিলাৰ বগৰীবাৰী থানাৰ অন্তৰ্গত খামাৰগাঁৱৰ জয়নাল আবেদিন (২৮) আৰু আনটো হ’ল কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ থানাৰ অন্তৰ্গত জোনালী গাঁৱৰ ৰাহুল মুছাহাৰী (৩০)। বিশেষ গোচৰ নং ১৭/২০ মৰ্মে

শীঘ্ৰে মুকলি হ’ব নির্মীয়মান গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং: হিমন্ত বিশ্ব শৰ্মা

শীঘ্ৰে মুকলি হ’ব নির্মীয়মান গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং: হিমন্ত বিশ্ব শৰ্মা

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ থকা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য ৮০ শতাংশ সম্পূৰ্ণ হৈছে ৷ শীঘ্ৰে ৰাইজৰ বাবে মুকলি কৰা হ’ব দলংখন৷ সামাজিক মাধ্যমত দলঙৰ ফটো শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

ডিমা হাচাও স্বায়ত্ত্বশাসিত পৰিষদৰ (ডি এইছ এ চি) পৰিষদীয় নিৰ্বাচনৰ বাবে কংগ্ৰেছে ঘোষণা কৰে প্ৰাৰ্থীৰ তালিকা

ডিমা হাচাও স্বায়ত্ত্বশাসিত পৰিষদৰ (ডি এইছ এ চি) পৰিষদীয় নিৰ্বাচনৰ বাবে কংগ্ৰেছে ঘোষণা কৰে প্ৰাৰ্থীৰ তালিকা

ডিমা হাচাও স্বায়ত্ত্বশাসিত পৰিষদৰ (ডি এইছ এ চি) পৰিষদীয় নিৰ্বাচনৰ বাবে মঙলবাৰে কংগ্ৰেছে ঘোষণা কৰে প্ৰাৰ্থীৰ তালিকা ৷ উল্লেখ্যে ৮ জানুৱাৰীত অনুষ্ঠিত হ’ব পাহাৰীয়া জিলা খনৰ পৰিষদীয় নিৰ্বাচন ৷

প্ৰায় ৩০০০ লোকে যোগদান কৰিলে বিপিএফত!

প্ৰায় ৩০০০ লোকে যোগদান কৰিলে বিপিএফত!

প্ৰমোদ বড়োই ট্ৰেক্টৰ খন অলপ বেছি স্পীদত মাৰুতি-টয়তাৰ দৰে চলাইছে গতিকে প্লাটি খাবই- এইদৰে প্ৰমোদ বড়োক কটাক্ষ কৰে বিপিএফ সভাপতি তথা বিটিচি ৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে। সোমবাৰে বিটিচিৰ পানেৰী অজনজাতি সমষ্টিৰ অন্তৰ্গত ওৰাংগাজুলিত অনুষ্ঠিত এক দলীয় সভাত উপস্থিত থাকি আগন্তুক নিৰ্বাচনত বিপিএফ দলক ভোট দিবলৈ আহ্বান জনায়।