Author: GTM Desk

চৰকাৰক প্ৰশ্ন সোধাৰ বিনিময়ত বনিক গোষ্ঠীৰ পৰা ধন লোৱাৰ অভিযোগত…

চৰকাৰক প্ৰশ্ন সোধাৰ বিনিময়ত বনিক গোষ্ঠীৰ পৰা ধন লোৱাৰ অভিযোগত…

চৰকাৰক প্ৰশ্ন সোধাৰ বিনিময়ত বনিক গোষ্ঠীৰ পৰা দুই কোটি টকা লোৱাৰ অভিযোগত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ লোকসভাৰ সদস্য পদ খাৰিজ কৰে লোকসভাই ৷ উল্লেখ্য যে,চৰকাৰক ধনৰ বিনিময়ত প্ৰশ্ন সোধাৰ বাবে বনিক গোষ্ঠীৰ পৰা সাংসদ পদ মহুৱা মৈত্ৰই ধন লোৱাৰ অভিযোগ উদ্থাপিত হৈছিল ৷ যাৰবাবে সংসদৰ এথিক্স কমিটিয়ে জেৰা কৰে

মহানগৰীৰ হেঙেৰাবাৰীত ক্রাইম ব্ৰাঞ্চৰ মাৰাথন অভিযান

মহানগৰীৰ হেঙেৰাবাৰীত ক্রাইম ব্ৰাঞ্চৰ মাৰাথন অভিযান

অসম আৰক্ষীৰ ক্রাইম ব্ৰাঞ্চৰ এক বৃহৎ অভিযানত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ ক’কেইন ৷ আটক দুই সৰবৰাহকাৰীক ৷ প্ৰাপ্ত খবৰ অনুসৰি অসম আৰক্ষীৰ অপৰাধ শাখা আৰু দিছপুৰ আৰক্ষীৰ যৌথ দল এটাই বিশেষ খবৰৰ ভিত্তিত হেঙেৰাবাৰীত অৰ্তকিতে অভিযান চলাই দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা

নগাঁৱৰ কলিয়াবৰৰ “মঞ্চ”ৰ উদ্যোগত হাটবৰৰ কেন্দ্ৰীয় নাট্য সমাজত ৯ডিচেম্বৰত ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতী প্ৰসাদ বৰুৱা সংগীত প্ৰতিযোগিতা

নগাঁৱৰ কলিয়াবৰৰ “মঞ্চ”ৰ উদ্যোগত হাটবৰৰ কেন্দ্ৰীয় নাট্য সমাজত ৯ডিচেম্বৰত ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতী প্ৰসাদ বৰুৱা সংগীত প্ৰতিযোগিতা

নিউজ ব্যুৰ’,নগাঁও,৮ডিচেম্বৰ:–সুধাকণ্ঠ তথা বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাই পিতৃ-মাতৃৰ নামত উৎসৰ্গিত বঁটাৰে নগাঁও জিলাৰ কলিয়াবৰত “মঞ্চ“ৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত হ’ব সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা । হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ ভৱনত অহা ৯ ডিচেম্বৰত হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ প্ৰেক্ষাগৃহত দিনজোৰাকৈ সদৌ অসম ভিত্তিত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনি। ১৯৯২চনৰ পৰা

সস্তীয়া ফল বুলি শীতকালৰ বগৰী নোখোৱাকৈ নাথাকিব!

সস্তীয়া ফল বুলি শীতকালৰ বগৰী নোখোৱাকৈ নাথাকিব!

যদি আপুনি ভাল স্বাস্থ্য আৰু ফিটনেছ প্ৰাপ্ত কৰিব বিচাৰে, তেনেহ’লে শীতকাল হৈছে সৰ্বশ্ৰেষ্ঠ ঋতু। কাৰণ এই ঋতুত বহুতো ফল আছে যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। আপোনাৰ অতি পৰিচিত বগৰীৰ সোৱাদ মিঠা আৰু টেঙাৰ সৈতে মিহলি। পাতল সেউজীয়া ৰঙৰ এই ফলটো পকা হোৱাৰ পিছত ৰঙা মুগা হৈ পৰে। চীনত বিভিন্ন