Author: GTM Desk

কিশোৰীক ধৰ্ষণৰ অপচেষ্টা ৱাৰ্ড মেম্বাৰ দেৱজিৎ দত্তৰ…

কিশোৰীক ধৰ্ষণৰ অপচেষ্টা ৱাৰ্ড মেম্বাৰ দেৱজিৎ দত্তৰ…

ধেমাজি জিলা মাছখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত পূৰ্ব মাছখোৱা গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য দেৱজিৎ দত্তই ঘৰত কোনো নথা সুযোগ গ্ৰহণ কৰি যোৱা ৪ ডিচেম্বৰত ১৩ বছৰীয়া এগৰাকীৰ কিশোৰীক বলপূৰ্বক ভাৱে ধৰ্ষণৰ চেষ্টা চলোৱাৰ গুৰুত্ব অভিযোগ উত্থাপিত হৈছে। ইতিপূৰ্বে গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্যগৰাকীৰ বিৰুদ্ধে পৰিয়ালৰ লোকে আৰক্ষীক দিয়া এজেহাৰ ভিত্তিত ধেমাজি আৰক্ষীয়ে

স্বামী CID কাৰ্যালয়ৰ SP, একেটা কাৰ্যালয়তে APSC কেলেংকাৰীত অভিযুক্ত পত্নী APS অসীমা কলিতাক SITৰ জেৰা

স্বামী CID কাৰ্যালয়ৰ SP, একেটা কাৰ্যালয়তে APSC কেলেংকাৰীত অভিযুক্ত পত্নী APS অসীমা কলিতাক SITৰ জেৰা

ধনৰ বিনিময়ত APSCৰ চাকৰি লোৱাৰ অভিযাগত CID কাৰ্যালয়ত আজি ASP অসীমা কলিতাৰ জেৰা অব্যাহত আছে। কিন্তু CID কাৰ্যালয়তে SP হিচাপে কৰ্মৰত অভিযুক্ত অসীমাৰ স্বামী। APS অসীমা কলিতা CIDৰ WHITE COLOUR CRIME শাখাৰ SP ডম্বৰুধৰ হাজৰিকাৰ পত্নী। একেটা কাৰ্যালয়তে এতিয়া পত্নীক অভিযুক্ত হিচাপে অন্য আৰক্ষী বিষয়াই সোধা-পোছা কৰি আছে। উল্লেখযোগ্য যে,

যদি আপুনিও সুস্থ আৰু সুখী জীৱনশৈলী কটাব বিচাৰে মানি চলক এই সমুহ কিটিপ

যদি আপুনিও সুস্থ আৰু সুখী জীৱনশৈলী কটাব বিচাৰে মানি চলক এই সমুহ কিটিপ

বৰ্তমান সময়ত সকলোৱে সুস্থ আৰু সুখী হৈ জীৱন অতিবাহিত কৰিব বিচাৰে। সুষম জীৱনশৈলী জীয়াই থকাটো শাৰীৰিক আৰু মানসিক সুস্থতা বজাই ৰখাৰ এক মূল কাৰক। যদি আপুনিও নিজৰ স্বাস্থ্য উন্নত কৰিব বিচাৰে আৰু সুষম জীৱনশৈলী কটাব বিচাৰে তেন্তে সদায় এইসমূহ কাম নিয়মীয়াভাৱে কৰক। ১/ যোগাসন কৰা নিয়মিতভাৱে যোগাভ্যাস কৰিলে আপোনাৰ জীৱনত

আপুনি কোষ্ঠকাঠিন্যত ভুগিছে নেকি!

আপুনি কোষ্ঠকাঠিন্যত ভুগিছে নেকি!

আজিকালি সমাজত সাধাৰণতে প্ৰায় মানুহৰ ক্ষেত্ৰত দেখিবলৈ পোৱা অন্যতম প্ৰচলিত অভিযোগ হৈছে কোষ্ঠকাঠিন্য। ইয়াৰ মূল কাৰণ হৈছে আমাৰ খাদ্য আৰু জীৱনশৈলী। ব্যস্ততাৰে ভৰা জীৱনশৈলীৰ মাজত মানুহে আজিকালি খোৱা-বোৱা ক্ষেত্ৰত গুৰুত্ব আৰুপ কৰিবলৈ পাহৰি গৈছে যাৰ ফলত এনেধৰনৰ সমস্যাই গা কৰি উঠিছে। ইয়াৰ ফলত শৰীৰত বিষাক্ত পদাৰ্থ জমা হৈ পৰে, যাৰ

কম্পিউটাৰ আৰু মোবাইল লাইটৰ ফলত চকুৰ কি গুৰুতৰ ক্ষতি হয় জানেনে?

কম্পিউটাৰ আৰু মোবাইল লাইটৰ ফলত চকুৰ কি গুৰুতৰ ক্ষতি হয় জানেনে?

চকুৱেই হ’ল মানুহৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। আজিকালি খৰতকীয়া জীৱনশৈলীত সকলোৱে কম্পিউটাৰ, মোবাইলৰ জৰিয়তে কাম কৰে, কিয়নো ইয়াৰ জৰিয়তে অতি সহজে কামসমুহ সম্পন্ন হয়। বেছিভাগ সময় কম্পিউটাৰ আৰু মোবাইল চাই থকাৰ ফলত চকুৰ বহু ক্ষতি হয়। কম্পিউটাৰ, মোবাইলৰ পৰা ওলোৱা পোহৰে চকুৰ ৰেটিনাৰ ক্ষতি আৰু মেকুলাৰ ডিজেনেৰেচনৰ সম্ভাৱনা বৃদ্ধি কৰিব