যদি আপুনি এজন স্বামী তেনেহʼলে আপুনি নিজৰ পত্নীৰ সৈতে আদৰ আৰু সন্মানেৰে আচৰণ কৰেনে? যদি আপুনি এগৰাকী পত্নী তেনেহʼলে নিজৰ স্বামীক প্ৰেম আৰু সমৰ্থন কৰেনে? বাইবেলে কৈছে যে স্বামী আৰু স্ত্ৰীয়ে পৰস্পৰে এজনে আনজনক প্ৰেম আৰু শ্ৰদ্ধা কৰা উচিত। (ইফিচীয়া ৫:২৮; তীত ২:৪) যেতিয়া তেওঁলোকে তেনে কৰে তেতিয়া তেওঁলোকৰ লʼৰা-ছোৱালীয়েও
Author: GTM Desk
প্ৰায় ৩ শতাধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীৰ বিজেপিত যোগদানৰ বাবে যো-যা চলাইছে। উল্লেখ্য যে, শেহতীয়াকৈ হৈ যোৱা আছুৰ অধিবেশনৰ পিছত এনে সিদ্ধান্ত গ্ৰহণ কৰে প্ৰাক্তন আছু নেতা কৰ্মীসকলে। সোমবাৰে প্ৰাক্তন আছু নেতা দিব্য জ্যোতি মেধিৰ নেতৃত্বত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে আছুৰ এচাম প্ৰতিনিধি দলে। জানিব পৰামতে, আছুৰ অন্তঃকন্দলক লৈ অসন্তুষ্ট
গোসাইগাঁৱৰ মৰনৈ চাহ বাগিছাৰ বৃটিছে স্থাপন কৰা গিৰ্জাৰ উপস্থিত বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী। নিৰ্বাচনৰ পূৰ্বে আদিবাসী অঞ্চলত গীৰ্জাত প্ৰাৰ্থনা হাগ্ৰামা মহিলাৰীৰ। দেওবাৰে গীৰ্জাত অনুষ্ঠিত প্ৰাৰ্থনাত উপস্থিত হয় হাগ্ৰামা মহিলাৰী। প্ৰাৰ্থনা সভাত ঈশ্বৰ পুত্ৰ যিশু খ্ৰীষ্টৰ মহৎ বানীৰ গাই প্ৰাৰ্থনা কৰে হাগ্ৰামা মহিলাৰীয়ে। বিটিচিত শান্তি
:: উক্ত সংবাদমেল আয়োজন কৰি বি.টি.আৰ কোচ ৰাবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সাধাৰণ সম্পাদক বিপুল ৰয়ে কয় যে .. ::প্ৰমোদ বড়ো কোচৰাজবংশী জনজাতিৰ বিৰোধী । ::প্ৰমোদ বড়ো কোচৰাজবংশী জনজাতিয় লোক সকলক মাত্ৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে । ::পিছে এই দাবী আমাৰ নহয় এই দাবী কৰিছে একালৰ
এগৰাকী বিস্ময়কৰ যুৱতী৷ ২২ বছৰ বয়সতেই তেওঁ লাভ কৰিলে PhD ডিগ্ৰী৷ তেওঁ দেশৰ কনিষ্ঠতম মহিলা গৱেষক৷ নাম নেইনা জয়ছোৱাল৷ ৮ বছৰত মাধ্যমিক, ১৫ বছৰত স্নাতকোত্তৰ আৰু ২২ বছৰত নেইনাই সম্পূৰ্ণ কৰিলে গৱেষণা। পঢ়া শুনাৰ লগতে নেইনা জয়ছোৱাল এগৰাকী সুদক্ষ খেলুৱৈও৷ দেশৰ কনিষ্ঠতম মহিলা গৱেষক হিচাপে স্বীকৃতি লাভ কৰিছে নেইনা জয়ছোৱালে।