Author: GTM Desk

কৰ্ম নে ধৰ্ম: কিহে আপোনাৰ জীৱন সলনি কৰে

কৰ্ম নে ধৰ্ম: কিহে আপোনাৰ জীৱন সলনি কৰে

বন্ধুসকল, কৰ্ম আৰু ধৰ্ম দুয়োটা প্ৰতিজন মানুহৰ বাবে প্ৰয়োজনীয় বুলি কোৱা হয়… এজন ব্যক্তিৰ অস্তিত্ব কৰ্মৰ দ্বাৰা জনা যায়.. আৰু ধৰ্মৰ দ্বাৰা জনা যায় ” সেই ব্যক্তিজন নিজৰ ঈশ্বৰৰ প্ৰতি কিমান নিষ্ঠাবান”… এনে পৰিস্থিতিত কিছুমান… ধৰ্ম বা কৰ্মই আমাৰ জীৱন সলনি কৰে নেকি … এই প্ৰশ্নটো আপোনাৰ মনত বহুবাৰ আহিছিল

হাগ্ৰামা মহিলাৰীৰ মতে তিনিখন আসনত বিপিএফ হ’ব জয়ী, মন্ত্ৰিত্বও ল’ব কেন্দ্ৰত

হাগ্ৰামা মহিলাৰীৰ মতে তিনিখন আসনত বিপিএফ হ’ব জয়ী, মন্ত্ৰিত্বও ল’ব কেন্দ্ৰত

বাক্সাৰ শিমলাত বিপিএফ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা ৷ সভাত বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ঘোষণা, ‘‘ এইবাৰ কোকৰাঝাৰৰ লগতে দৰং-ওডালগুৰি লোকসভা সমষ্টিতো জয়ী হ’ব বিপিএফ আনকি কেন্দ্ৰীয় চৰকাৰত ল’ব এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ পদো ৷ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম সম্পৰ্কেও মন্তব্য হাগ্ৰামা মহিলাৰীৰ ৷ এন ডি এত যোগদানৰ বাবে দিল্লীত বাহৰ

 মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ ৪০ গৰাকী শিক্ষাৰ্থী

 মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ ৪০ গৰাকী শিক্ষাৰ্থী

পঞ্জাৱৰ সাংৰুৰত ভয়ংকৰ ঘটনা । সাংৰুৰৰ মেৰিটৰিয়াছ স্কুল ঘাব্দাত মধ্যাহ্ন ভোজন গ্ৰহণ কৰি কেইবাগৰাকী শিক্ষাৰ্থী অসুস্থ হৈ পৰিছে । প্ৰায় ৪০ গৰাকী শিক্ষাৰ্থীৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ পাছতে তেওঁলোকক চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । শিক্ষাৰ্থীসকলক মধ্যাহ্ন ভোজনৰ নামত বিষাক্ত খাদ্য প্ৰদান কৰাৰ অভিযোগ অভিভাৱকসকলৰ । অভিভাৱকসকলে এই সন্দৰ্ভত তীব্ৰ প্ৰতিবাদো

ধন দি চাকৰি লোৱা ২১জন ৰাজপত্ৰিত বিষয়াক নিলম্বন

ধন দি চাকৰি লোৱা ২১জন ৰাজপত্ৰিত বিষয়াক নিলম্বন

নিলম্বন APS দীপাংকৰ দত্ত লহকৰ APS নিতুমণি দাস, ৰুমী তিমুংপী, ফাৰুক আহমেদ APS কল্যাণ কুমাৰ দাস, কুলপ্ৰদীপ ভট্টাচাৰ্য APS নীলাঞ্জল গগৈ, নন্দিনী কাকতি, অনলজ্যোতি দাস নিলম্বন APS শ্বাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱা ১০ গৰাকী ACS বিষয়াকো নিলম্বন চাকৰিৰ পৰা নিলম্বন ACS সৌৰভপ্ৰাণ শৰ্মা, বিকাশ শৰ্মা ACS চক্ৰধৰ ডেকা, গীতাৰ্থ বৰুৱা,

আজি চুকাফা দিৱস…

আজি চুকাফা দিৱস…

আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা আহোমৰ প্ৰথম ৰজা চাওলুং চুকাফাক স্মৰণ কৰি প্ৰতি বছৰে ২ ডিচেম্বৰত সমগ্ৰ অসমতে অসম দিৱস বা চ্যুকাফা দিৱস পালন কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তত চলিছে চুকাফা দিৱসৰ আয়োজন। ৰাজ্য চৰকাৰৰ উদ্যোগতো পালন কৰা হ’ব অসম দিৱস। চুকাফা দিৱসৰ লগত সংগতি ৰাখি চৰকাৰে প্ৰদান কৰি আহিছে ৰাষ্ট্ৰীয়