Author: GTM Desk

২০২৪ত পাঁচটা ৰাজযোগৰ প্ৰভাৱত এই ৩ ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল

২০২৪ত পাঁচটা ৰাজযোগৰ প্ৰভাৱত এই ৩ ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল

৭০০ বছৰ পিছত বিৰল মুহূৰ্তত মুখামুখি হ’ব বৃহস্পতি আৰু শুক্ৰ। জ্যোতিষৰ মতে, প্ৰায় ৭০০ বছঅৰ পিছত এই দুই ডাঙৰ গ্ৰহ মুখামুখি হ’ব। ইয়াৰ ফলত শশ মহাপুৰুষ ৰাজযোগ, কেন্দ্ৰ ত্ৰিকোণ, মালব্য ৰাজযোগ আৰু নৱমঞ্চম, ৰুচক ৰাজযোগৰ গঠন হ’ব। ফলত কেইবাটাও ৰাশিৰ লোকৰ জীৱনত যথেষ্ট প্ৰভাৱ পৰিবলৈ গৈ আছে। এতিয়া চাওক ২০২৪

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ পঢ়ক আজিৰ দিনটোৰ ৰাশিফল…

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ পঢ়ক আজিৰ দিনটোৰ ৰাশিফল…

মেষ ৰাশি: শ্ৰী গণেশে কৈছে, এই ৰাশিৰ জাতক-জাতিকাই আজি মিশ্ৰিত ফলাফল পাব। পৰিয়ালৰ কোনো সদস্যৰ ভৱিষ্যতৰ বিষয়ে আলোচনা হ’ব পাৰে। ব্যৱসায়িক ভ্ৰমণ আপোনাৰ বাবে উপযোগী হ’ব। জীৱন সংগীৰ লগত যদি কোনো সমস্যা হয়, তেন্তে সেই সমস্যা সমাধানৰ চেষ্টা কৰা উচিত। আজি কোনো লোকৰ পৰা ধন ধাৰলৈ নল’ব। কৰ্মচাৰীয়ে পদোন্নতি বা বদলিৰ

ধান খাবলৈ অহা গঁড়ক শেল মাৰি নিধন, কাজিৰঙাত চাঞ্চল্যকৰ ঘটনা

ধান খাবলৈ অহা গঁড়ক শেল মাৰি নিধন, কাজিৰঙাত চাঞ্চল্যকৰ ঘটনা

কাজিৰঙাত চাঞ্চল্যকৰ ঘটনা। ধান খাবলৈ অহা গঁড়ক শেল মাৰি নিধন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া বেজগাঁৱত সংঘটিত হৈছে এই ঘটনা। ঘটনা সন্দৰ্ভত স্থানীয় নৰেন শইকীয়া নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। বন বিভাগে তেতেলীগুৰি বন শিবিৰ এলেকাৰ পূব-ইকৰানিত মৃত গঁড়টোৰ পৰা উদ্ধাৰ কৰিছে খৰ্গটো।

সোণৰ পদক অৰ্জন গুৱাহাটীৰ কুশল কলিতাৰ…

সোণৰ পদক অৰ্জন গুৱাহাটীৰ কুশল কলিতাৰ…

২৫ আৰু ২৬ নবেম্বৰত পাটায়াত অনুষ্ঠিত হোৱা WFF দক্ষিণ-পূব এছিয়ান বডি বিল্ডিং আৰু ফিটনেছ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ অসমৰ গুৱাহাটীৰ কুশল কলিতাই ৭৫ কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই। ইয়াৰ পূৰ্বে ২০২২ চনত বেংককত অনুষ্ঠিত হোৱা মিষ্টাৰ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ৭০ কেজি শাখাত সোণৰ পদক অৰ্জন কৰিছিল।

অমানৱীয়! অন্ধ মুছলমান বৃদ্ধক প্ৰথমে ‘জয় শ্ৰীৰাম’ ধ্বনি দিবলৈ বাধ্য; পৰৱৰ্তী সময়ত বৃদ্ধজনৰ দাড়িত জুই লগালে দুষ্কৃতিকাৰীয়ে

অমানৱীয়! অন্ধ মুছলমান বৃদ্ধক প্ৰথমে ‘জয় শ্ৰীৰাম’ ধ্বনি দিবলৈ বাধ্য; পৰৱৰ্তী সময়ত বৃদ্ধজনৰ দাড়িত জুই লগালে দুষ্কৃতিকাৰীয়ে

কোপ্পালত এক অমানৱীয় ঘটনা সংঘটিত হৈছে, য’ত এজন অন্ধ মুছলমান বৃদ্ধক দুষ্কৃতিকাৰীয়ে বলপূৰ্বকভাৱে বাইকত উঠাই শূন্য অঞ্চললৈ নি অমানৱীয়ভাৱে আক্ৰমণ কৰে। লগতে বৃদ্ধ লোকজনক জয় শ্ৰীৰাম বুলি ক’বলৈ বাধ্য কৰাই আৰু তেওঁৰ দাড়িত জুই লগাই দি ধন লুটি নিয়াৰ লজ্জাজনক কাণ্ড সংঘটিত কৰে। ২৫ নৱেম্বৰত কৰ্ণাটকৰ কোপ্পালত সংঘটিত হোৱা এই