মহামৃত্যুঞ্জয় মন্ত্ৰক দীৰ্ঘায়ু আৰু স্বাস্থ্যৰ মন্ত্ৰ কোৱা হয়।হিন্দু ধৰ্মৰ শাস্ত্ৰত-এই মন্ত্ৰক মহামন্ত্ৰও কোৱা হয়।মান্যতা অনুসাৰে এই মন্ত্ৰৰ জাপৰ দ্বাৰা ব্যক্তিৰ দীৰ্ঘায়ুৰ প্ৰাপ্তি হয় তথা নিৰোগী হয় থাকে। ( Religious Studies ) ধাৰ্মিক মান্যতা আছে যে-মহামৃত্যুঞ্জয় মন্ত্ৰৰ জাপৰ দ্বাৰা ব্যক্তি দীৰ্ঘায়ু হয় আৰু যমৰজাই তেনে লোকক কোনো কষ্ট নিদিয়ে।মহামৃত্যুঞ্জয় মন্ত্ৰৰ উৎপত্তিৰ
Author: GTM Desk
মেষ ৰাশি: শ্ৰীগণেশে কৈছে, আজি দিনটো আপোনাৰ বৰ ব্যস্ততাপূৰ্ণ হ’ব। আপুনি সকলো কাম কৰিব বিচাৰিলেও সফল হ’ব নোৱাৰিব। দিনটোৰ আৰম্ভণিতে ঘৰুৱা কথাৰ বাবে কামত কিছু পলম হ’ব পাৰে। আপোনাৰ খং উঠিব পাৰে, কিন্তু অশান্তি হোৱাৰ ভয়ত প্ৰতিবাদ কৰিব নোৱাৰিব। কৰ্মক্ষেত্ৰত বিভিন্ন সম্ভাৱনাৰ সৃষ্টি হ’ব পাৰে। আৰ্থিক লাভৰ সুযোগ আছে। কৰ্মচাৰীয়ে
মানবী জনম পাই হৰি নভজিলা ৷ অৱশ্যে হৈবাহা ভাই তৰু তৃণ শিলা ৷৷ দেৱৰ বাঞ্চনী মানৱী জন্ম ধৰি আদি যদি কোনোৱে হৰিক নভজে তেন্তে সেইজনে অৱশ্যে পৰকালত তৰু তৃণ আৰু শিল হৈ জন্মিব লাগিব ৷ ৮৪ লক্ষ যোনী ভ্ৰমণ কৰি বহু পুণ্যৰ ফলত মনুষ্য তনু লাভ হয় ৷ হৰিৰ চৰণ
২০১৪ ৰ লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। অসমত এ আই ইউ ডি এফক বাদ দি আটাইকেইটা ৰাজনৈতিক দল একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বিপৰীতে বিজেপিয়েও ১৪ টা সমষ্টিৰ ১২ টাতে বিজয় নিশ্চিত বুলি প্ৰচাৰ চলাইছে। লোকসভা নিৰ্বাচনলৈ মাজত এতিয়াও কিছু সময় আছে যদিও ৰাজনৈতিক দলবোৰৰ মাজত
মছজিদত লাউডস্পীকাৰত বজা আজান বন্ধ কৰিবলৈ গৈ ন্যায়ালয়ত মুখথেকেচা বজৰংগ দলৰ নেতাৰ। ‘১০ মিনিটৰ আজানে কাৰো ক্ষতি নকৰে’– দাখিল কৰা PIL খাৰিজ কৰিলে উচ্চ ন্যায়ালয়ে।